1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 8:23 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

অসমত ৩কোটি মানুহ আছোঃ ময়ুৰীক আমি একেলগে অকণমান সহায় কৰিব নোৱাৰিম নে…

  • Update Time : Friday, December 9, 2022

ডিজিটেল ডেস্কঃ পঢ়া-শুনাত অতিকৈ ভাল তাই। মেট্ৰিকত ৯৪.৪শতাংশ, হায়াৰা চেকেণ্ডাৰীত ৮৪.৫শতাংশ নম্বৰ লৈ উৰ্ত্তীণ হৈছিল। ভৱিষ্যতে চিকিতসক হোৱাৰ সপোন পুহি ৰখা ছোৱালীজনীয়ে সপোনাৰ পিছা কৰিয়েই মেডিকেলৰ প্ৰৱেশিকা পৰীক্ষাত ৪১৭নম্বৰৰে স্থান লাভো কৰিছিল। কিন্তু তেনে সফলতাৰ সময়তে ছোৱালীজনীৰ জীৱনলৈ যেন নামি আহিল ঘোৰ অন্ধকাৰ। নিয়তিয়ে ছোৱালীজনীক লৈ ললে এক নিষ্ঠুৰ সিদ্ধান্ত।

ছোৱালীজনীৰ নাম ময়ুৰী গগৈ। শিৱসাগৰ  জিলাৰ জাঁজী আমগুৰিত তাইৰ ঘৰ। অতিকৈ মেধাৱী ছোৱালীজনী এতিয়া দুয়োটা কিডনী বিকল হৈ  GMC SUPERSPECIALITY হস্পিতালত এডমিট্ হৈ আছে। উপাৰ্জন বুলিবলৈ দেউতাকৰ এখন সৰু পান-তামোলৰ দোকান আছিল যিখন এতিয়া বন্ধ ৰাখিৱলগীয়া হৈছে। পৰিয়াল তথা বন্ধু-বান্ধৱৰ অভিযোগ,  বহু সংবাদ মাধ্যম, ৰাজনৈতিক ব্যক্তিৰ ওচৰলৈ সহায় বিচাৰি গৈয়ো একো সুফল নাপালে।

এতিয়া অসমৰ ৰাইজৰ ওচৰত পৰিয়ালটোৱে সহায় বিচাৰিছে। ৰঙীন জীৱনৰ পিছত দৌৰা ময়ুৰীক এটা নতুন জীৱন দিবলৈ দুৰ্ভগীয়া পিতৃয়ে সকলোকে হাতযোৰ কৰি আহ্বান জনাইছে।  সকলোলৈ এটাই অনুৰোধ জনাইছে,  নিজৰ সামৰ্থ্য অনুসৰি কিবা এটা বৰঙনি তলৰ account details ত যদি আপোনালোকে আগৱঢ়াই তেন্তে পৰিয়ালটোৰ বহুখিনি সহায় হ’ব-
ৰোগীৰ নাম: ময়ুৰী গগৈ
বয়স: 19 বছৰ
মাঁকৰ নাম: ইলা মনি গগৈ
দেউতাকৰ নাম: গনেশ গগৈ
ঘৰ: শিৱসাগৰ জাঁজী আমগুৰি
Ac no: 34417709193
Account Holder name: Mayuri Gogoi
IFSC code: SBIN0010552
Amguri Branch
G-pay: 8876268250
UPI-ID: 8876268250@paytm

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme