1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 3:15 pm

নাচি ভাল পোৱা ছোৱালীজনীক আপুনি কৰিবনে সহায়?

  • Update Time : Tuesday, June 27, 2023

ডিজিটেল ডেস্কঃ নাচ যেন তাইৰ তেজত আছে। নৃত্য বুলি কলেই আপোন পাহৰা হৈ তাই সকলো কৰিব পাৰে। তাইৰ নাম কল্যাণী। কিন্তু নাচি ভালপোৱা ছোৱালীজনীৰ জীৱনলৈ শেহতীয়াকৈ নামি আহিছে অন্ধকাৰ। কেইবাবছৰো ধৰি তাই কৰ্কট ৰোগত ভূগি আছে।চিকিৎসা বিজ্ঞানে তাইক আৰোগ্য কৰাৰ বাবে সকলো কৰিলে কিন্তু লাহে লাহে তাইৰ শৰীৰত কোনো দৰৱে কাম নকৰা হৈছে।

এতিয়া তাইক কৰ্কট ৰোগৰ সৈতে যুঁজিবলৈ কেৱল মাত্ৰ এটা ঔষধেহে সহায় কৰিব।ঔষধটোৰ মূল্য ২ লাখ টকা আৰু তাই মাহিলী সেই ঔষধটো খাব লাগিব। কোনো সদাশয় ব্যক্তিয়ে যদি এই ঔষধটো বিনামূলীয়াকৈ খোৱাৰ ব্যৱস্থা কৰি দিব পাৰে তেতিয়া হ’লে তাই জীয়াই থাকিব। তেওঁৰ বন্ধুমহলে সকলো সচেতন লোককে তাইক সহায় কৰিবলৈ আহ্বান জনাইছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme