1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:06 am

মোক ”আম আদমী” নালাগে! মই অসমৰ চাৰে তিনি কোটি ”খাচ আদমী”ক লৈ কাম কৰি যাম…

  • Update Time : Sunday, April 2, 2023
  • কেবিনেটৰ মিটিং সমাপ্ত কৰিয়ে কেজৰিৱালক তুলা-ধুনা দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
  • কেজৰিৱালক কা-পুৰুষ বুলি অভিহিত কৰি তেওঁক পুৰুষৰ দৰে কথা কবলৈ আহ্বান জনালে ড০ শৰ্মাই।
  • দিল্লীৰ বিধানসভাৰ ভিতৰত মোৰ বিৰুদ্ধে অনা অভিযোগ আজি কিয় আনিব নোৱাৰিলে বুলি শৰ্মাৰ কটাক্ষ।
  • দিল্লীৰ চাকৰিয়াল আছে ডেৰ লাখ, কেজৰিৱালে কত ১২লাখক চাকৰি দিলে বুলি প্ৰশ্ন শৰ্মাৰ।
  • ১২লাখ চাকৰিৰ হিচাপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিব বুলিও কলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • দিল্লী ৭০শতাংশ লোক নৰকত আৰু অসমৰ ৯৫শতাংশ লোক স্বৰ্গত বাস কৰে ।
  • আমি দেখি থকা দিল্লীখন আঁচল দিল্লী নহয়। মই কিয় মই আৰু ৫০জন লোকক লৈ দিল্লীলৈ যাম।
  • কামাখ্যাৰ তলত মিটিং কৰি ইমান মিছা কথা কেনেকৈ কব পাৰিছে বুলিও প্ৰশ্ন।
  • মোক আম আমদী নালাগে, মই অসমৰ চাৰে তিনি কোটি খাচ আদমীক লৈ কাম কৰি যাম।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme