1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:42 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

কথা মতেই কাম! ১লাখ নিবনুৱাৰ চাকৰিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই কাম…

  • Update Time : Sunday, November 21, 2021

ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ দিশে আগবাঢ়িছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ। ১লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিম বুলি দিয়া প্ৰতিশ্ৰুতি পালনৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণৰ দিশে আগবাঢ়িছে চৰকাৰ। যোৱা শনিবাৰে মুখ্যমন্ত্ৰীৰ নেতৃত্বত হোৱা বৈঠকত এই দিশত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

১ লাখ নিবনুৱাক চাকৰি দিয়াৰ বাবে চৰকাৰে গঠন কৰিব সুকীয়া নিযুক্তি আয়োগ। নিৰ্ধাৰিত সময়ত ১ লাখ নিযুক্তি লক্ষ্য পূৰণৰ বাবে গঠন এই আয়োগ। নিযুক্তি আয়োগৰ মুৰব্বী হিচাপে থাকিব অতিৰিক্ত মুখ্য সচিব পৰ্যায়ৰ আমোলা।এই নিযুক্তি আয়োগে বিশেষভাৱে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তিৰ দায়িত্ব লব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme