1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:46 am

হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ, ত্ৰিপুৰাত বিজেপিক জনতাই দিলে অফাৰ…

  • Update Time : Thursday, March 2, 2023

ডিজিটেল ডেস্কঃ  ত্ৰিপুৰাত বিজেপিয়ে অকলেই চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে। ব্যাপক প্ৰচাৰ কৰিও বিৰোধী দলতে থমকিব লাগিব ত্ৰিপা মথা পাৰ্টি। ৰাজ্যখনৰ ৬০খন আসনৰ ভিতৰত ৩৩খন আসনতে আধিপত্য বৰ্তাই ৰাখিছে বিজেপিয়ে। এই ৩৩খন আসনৰ ভিতৰত ৪খন আসনত ইতিমধ্যেই জয় লাভ কৰিছে বিজেপি দলে।

ইফালে ত্ৰিপা মথা পাৰ্টিয়ে  ১২খন আসনত এতিয়ালৈকে অগ্ৰগতি লাভ কৰিছে। অৱশ্যে ইয়াৰে এখন আসনত বিজয়ো সাব্যস্ত কৰিছে দলটোৱে। ৰাজ্যখনত কেইবাবছৰ শাসনত থকা চি পি আই দলে ১২খন আৰু কংগ্ৰেছে ৩খন আসনত অগ্ৰগতি লাভ কৰিছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, বিজেপিৰ আসন সন্ধিয়াভাগলৈ আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

(দুপৰীয়া ১.৩০বজালৈকে আপডেট)

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme