1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 11:27 pm
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

প্ৰথমে সন্তান জন্ম, তাৰ পিছত বিয়াঃ হাৰ্দিকে ইয়াতো ৰচিলে ৰেকৰ্ড…

  • Update Time : Wednesday, February 15, 2023

ডিজিটেল ডেস্কঃ  সকলোৱে কৈ আছিল। অৱশেষত হাৰ্দিকেও ভাৱিলে সেই কথাটো। ভৱা কথাবোৰ মুকলিকৈ কবলৈ ঠিক কৰিলে এটা বিশেষ দিন। সেই দিনটো আছিল প্ৰেমৰ দিন, ১৪ফেব্ৰুৱাৰী।

May be an image of 5 people, people standing and outdoors

হয়, ১৪ফেব্ৰুৱাৰীতে পুনৰ এবাৰ বিবাহপাশত আবদ্ধ হল ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু নাতাসা। উদয়পুৰত সকলো ঠিক কৰা হল। পুত্ৰক সাক্ষী কৰি হাৰ্দিক-নাতাচাই ললে সাত জনম একেলগে থকাৰ সিদ্ধান্ত।

May be an image of 2 people, people standing and outdoors

অনানুষ্ঠানিকভাৱে বহুদিনৰে পৰাই একেলগে আছিল হাৰ্দিক আৰু নাতাচা। প্ৰেমৰ চিন হিচাপে এটি সন্তানো জন্ম হৈছিল তেওঁলোকৰ। চাৰিওফালে সমালোচনা চলিছিল তেওঁলোকক লৈ। কিন্তু প্ৰেমে জানো মানি চলে সমাজৰ বান্ধোন। সকলো বান্ধোন চিঙি প্ৰেমিক যুগল হাৰ্দিক-নাতাচাই গঢ়ি তুলিছিল নিজৰ এখন পৃথিৱী।

May be an image of 2 people, people standing and outdoors

বিয়াৰ ফটো সামাজিক মাধ্যমত চেয়াৰ কৰিলে হাৰ্দিক-নাতাচাইৰ অনুৰাগী সকলে। এই অনুষ্ঠানত ঈশান কিছনৰ লগতে কেইবাগৰাকীও ভাৰতীয় খেলুৱৈ উপস্থিত আছিল। সকলোৱে প্ৰাণ ভৰি আশীৰ্বাদ দিলে নৱদম্পত্তীক।

May be an image of 9 people, people standing, flower and outdoors

ভাৰতীয় ইতিহাসত হয়তো এনে বিয়া খুব কমেই হয়। যত পুত্ৰক সাক্ষী কৰি বিয়াত বহে পিতৃ-মাতৃ। ক্ৰীড়াজগতত অলেখ অভিলেখ ৰচা হাৰ্দিকে এইবাৰ নিজা ব্যক্তিগত জীৱনটো গঢ়িলে অনন্য এক অভিলেখ। আমি নৱদম্পত্তীলৈ জনাইছো অলেখ শুভকামনা।

May be an image of 2 people and people standing

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme