1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:02 am

ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী MLA হ’ল…

  • Update Time : Thursday, December 8, 2022

ডিজিটেল ডেস্কঃ ৮ডিচেম্বৰ, ২০২২। ক্ৰিকেটাৰ ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা আজি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। গুজৰাটৰ জামনগৰ উত্তৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ৰিভাবা।  উল্লেখ কৰা প্ৰয়োজন যে, ৰিভাবা এগৰাকী উচ্চশিক্ষিত যুৱতী। ১৯৯০ চনৰ ৫ ছেপ্টেম্বৰত গুজৰাট (ৰিভাবা জাদেজা পৰিয়াল)ত জন্মগ্ৰহণ কৰিছিল ৰিভাবা জাদেজাৰ।

ৰিভাবা জাদেজাক ৰিভা সোলাংকি বুলিও জনা যায়। ৰাজকোটৰ আটমিয়া ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড ছায়েন্সৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিং অধ্যয়ন কৰিছে। ৰিভাবা জাদেজাই ২০১৭ চনৰ ১৭ এপ্ৰিলত ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দুয়োৰে পাৰ্টিত লগ হৈছিল। ২০১৯ চনত ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হোৱাৰ পূৰ্বে ৰাজপুত সংগঠন কৰ্ণী সেনাৰ মহিলা শাখাৰ সভানেত্ৰী আছিল।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme