1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:42 pm
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

কেজৰিৱালে এতিয়া হাঁহিব নে কান্দিবঃ গুজৰাটত আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ শোচনীয় পৰাজয়…

  • Update Time : Thursday, December 8, 2022

ডিজিটেল ডেস্কঃ  না না প্ৰতিশ্ৰুতি আৰু হাজাৰটা কথা দিও যেন গুজৰাটত নিৰ্বাচনী বৈতৰণী পাৰ হব নোৱাৰিলে কেজৰিৱালে। দিল্লী, পঞ্জাৱৰ পিছত গুজৰাটত খোপনি পুতিবলৈ অপ্ৰাণ চেষ্টা কৰা কেজৰিৱালক প্ৰত্যাখান কৰিলে গুজৰাটবাসীয়ে। গুজৰাটত কেজৰিৱালৰ আম আদমী পাৰ্টিয়ে এনেদৰে শোচনীয় পৰাজয় লাভ কৰিলে যে, আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীয়েও পৰাজয় বৰণ কৰিলে।

আম আদমী পাৰ্টিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী Isudan Gadhvi বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে শোচনীয় পৰাজয়বৰণ কৰে। উল্লেখ কৰা প্ৰয়োজন যে, গুজৰাটৰ আপৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকী প্ৰথম ৰাউণ্ডৰ পৰাই পিছ পৰি আছিল।

ইফালে গুজৰাটত ইতিহাস সৃষ্টি কৰি গুজৰাটত ১৮২খন আসনৰ ভিতৰত ১৫৫খন আসনতে বিজেপিয়ে অগ্ৰগতি লাভ কৰি আছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme