1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 9:33 am

গৰমৰ দিনত এই ৪বিধ ফল আপুনি খাবলৈ নাপাহৰিব…

  • Update Time : Thursday, August 25, 2022

ডিজিটেল ডেস্কঃ প্ৰখৰ ৰদ আৰু গৰমে দহিছে ৰাজ্যবাসীক। এই গৰমৰ দিনকেইটাত আপোনাৰ শৰীৰটোক ঠাণ্ডা ৰাখিবৰ বাবে প্ৰতিদিনে খাদ্য তালিকাত কেইবিধমান ফলক স্থান দিয়ক। এই বিশেষ ফল কেইবিধ হৈছে- তৰমুজ, আম, অমিতা আৰু আনাৰস।

উল্লেখ কৰা প্ৰয়োজন যে, গৰম দিনত সৰ্বশ্ৰেষ্ঠ আৰু জনপ্ৰিয় ফল হৈছে আম। আমে ক’লেষ্টেৰলৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে আৰু লগতে শৰীৰৰ ছালো ভালে ৰাখে। ইফালে অমিতাই  হৃদ ৰোগ হোৱাৰ সম্ভাৱনা কমাই ৰাখে। অমিতাই পেট চাফা কৰি ৰাখে। ছাল ভালে ৰখাতো সহায় কৰে।

আনহাতে আনাৰসৰ আছে বহুতো গুণ, আপুনি গৰমত আনাৰস খালে আপোনাৰ শৰীৰে যথেষ্ট  সুফল লাভ কৰিব। আনাৰসে হজম শক্তি বৃদ্ধি কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme