1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:36 am

দৰমহা বাঢ়িল বিধায়ক, মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ…

  • Update Time : Monday, March 13, 2023

ডিজিটেল ডেস্কঃ দৰমহা বাঢ়িল বিধায়কৰ। প্ৰায় ৬৬শতাংশ ভাট্টা বাঢ়িল বিধায়কৰ।  পূৰ্বে ৫৪হাজাৰ টকা দৰমহা পোৱা বিধায়কসকলে এতিয়াৰে পৰা লাভ কৰিব ৯০হাজাৰ টকাৰ দৰমহা। আনফালে এক অধিসূচনা অনুসৰি, মুখ্যমন্ত্ৰী, মন্ত্ৰী, উপমুখ্যমন্ত্ৰী আৰু বিৰোধী দলপতিৰ মাহিলা ভাট্টা ৭২হাজাৰ টকাৰ পৰা ১লাখ ৭০হাজাৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহন কৰা হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, দিল্লী চৰকাৰে গ্ৰহন কৰিছে এই সিদ্ধান্ত।  ২০২২ৰ জুলাইতে এই সিদ্ধান্ত গ্ৰহন কৰিছিল যদিও শেহতীয়াকৈ এই প্ৰস্তাৱক অনুমোদন জনায় দিল্লী বিধানসভাই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme