ডিজিটেল ডেস্কঃ ফটোৱে কথা কয়, সেই কথা সকলোৱে জানে। কিন্তু ফটোৱে আপুনি কেনেধৰণৰ ব্যক্তি তাকো কব পাৰে। ইয়াকে কয় Optical Illusion। এতিয়া তলৰ ফটোখন ভালকৈ চাৱক। এই ফটোখনৰ মাজত বহু ফটো আছে। তাৰ মাজত আপুনি প্ৰথমে দেখা ফটোখনে প্ৰমাণ কৰিব যে আপুনি ভগৱান বিশ্বাস কৰেনে নকৰে। পলম নকৰি চাৱক এতিয়া তলৰ ফটোখন…
এই ফটোখনত আপুনি প্ৰথমে কি দেখিলে! এতিয়া আহক আপুনি ভগৱান বিশ্বাস কৰে নে নকৰে তাৰ ফলাফল চাওঁ।
১. যদিহে আপুনি এই ফটোখনত যীশুৰ ফটো প্ৰথমে চকুত পৰিছে আপুনি ভগৱানক সম্পূৰ্ণ বিশ্বাস কৰে। মুখেৰে বেলেগ কথা কলেও আপোনাৰ মনত ভগৱানৰ প্ৰতি আছে অগাধ ভক্তি আৰু বিশ্বাস।
২. যদিহে আপুনি ফটোখনত প্ৰথমে এখন বিশাল মুখ দেখিছে তেন্তে আপুনি হৈছে প্ৰকৃত নাস্তিক। ভগৱানৰ প্ৰতি আপোনাৰ মনত নাই বিশ্বাস।
৩. যদিহে ফটোখনত আপুনি প্ৰথমেই অসংখ্য মুখ দেখিছে তেন্তে আপুনি সকলো সময়তে ভগৱানক বিশ্বাস নকৰিলে মাজে-মধ্যে ভগৱানৰ প্ৰতি দেখা যায় অগাধ ভক্তি।
এতিয়া কওঁক আপুনি কোন খন ফটো প্ৰথমেই চকুত পৰিল। আপোনাৰ সৈতে মিলিছেনে এই Optical Illusion। কমেন্টত জনাওক…