1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:27 am

এয়াই মানৱতা! এটা ছাগলীক উদ্ধাৰ কৰিবলৈ জীৱনকো লগালে বাজী…

  • Update Time : Friday, January 21, 2022

 

ডিজিটেল ডেস্কঃ  মানৱতাতকৈ ডাঙৰ এই পৃথিৱীত একোৱেই নাই। শেহতীয়াকৈ এই কথাই প্ৰমাণ কৰিলে এগৰাকী লোকে। এটা দ’ গাতত আৱদ্ধ হৈ পৰা এটা পোহনীয়া ছাগলীক উদ্ধাৰ কৰি এই লোকগৰাকীয়ে তাৰেই প্ৰমাণ দিলে। যান্ত্ৰিকতাৰ এই যুগত তথা বিভিন্ন ঋণাত্মক খবৰৰ মাজত এই লোকগৰাকীৰ কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ছচিয়েল মিডিয়াত ভাইৰেল পৰা লোকগৰাকীৰ ভিডিঅটো দেখিলে আপুনিও ভাৱিবলৈ বাধ্য হব।

চাই লওঁক সেই বিশেষ ভিডিঅটো-

 

এই ভিডিঅটো চোৱাৰ পাছত এই লোকজনক সকলোৱে দিছে বাহঃ বাহঃ।  এতিয়ালৈকে লোকজনৰ পৰিচয় উদ্ধাৰ হোৱা নাই যদিও এনেবোৰ কাৰ্যই প্ৰমাণ কৰে যে এতিয়াও সমাজত মানৱতা শেষ হোৱা নাই।

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme