GMCHত চাঞ্চল্যকৰ ঘটনাঃ নিজৰ দেহত বিষাক্ত বেজী লৈ আত্মহত্যা কৰ্মচাৰীৰ…
-
Update Time :
Thursday, October 13, 2022
- GMCHত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।
- হাস্পতালৰ আই.চি.ইউৰ টেকনিচিয়ান এগৰাকীয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্তৰ পথ বাছি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
- আত্মহত্যা কৰা কৰ্মচাৰীজনৰ নাম পাপু দাস।
- নিজ শৰীৰত বিষাক্ত বেজী লৈ আত্মহত্যা কৰে কৰ্মচাৰীজনে।
- উল্লেখ্য যে হাস্পতালৰ এজন জ্যেষ্ঠ বিষয়াৰ সৈতে সংঘাতত লিপ্ত হৈছিল কৰ্মচাৰীজন।
🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক
More News Of This Category