1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:14 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

ভূূপেন বৰা আউট! জানুৱাৰীত সভাপতি হৈ ফিল্ডত আহি আছে গৌৰৱ গগৈ…

  • Update Time : Friday, December 9, 2022

ডিজিটেল ডেস্কঃ জ্যেষ্ঠৰ সলনি এইবাৰ নতুন চামক নেতৃত্ব দি কংগ্ৰেছক পুণৰুদ্ধাৰ কৰিব খুজিছে কংগ্ৰেছ হাইকামাণ্ডে।  সেয়েহে হয়তো শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সলনিক লৈ আৰম্ভ হৈছে না না সমীকৰণ। এই সমীকৰণত অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি হিচাপে দায়িত্ব লবলৈ আগবাঢ়িছে সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ গৌৰৱ গগৈয়ে।

শেহতীয়াকৈ আমি লাভ কৰা তথ্য অনুসৰি, বৰ্তমানৰ সভাপতি ভূপেন বৰাক আঁতৰাই নতুন সভাপতি হিচাপে গৌৰৱ গগৈয়ে ২০২৩ৰ জানুৱাৰীত দায়িত্ব লব।  ২৪ৰ নিৰ্বাচনৰ আগত কংগ্ৰেছৰ এই আমোল পৰিৱৰ্তনে দলটোক কেনেকৈ লাভ দিয়ে সেয়া সময়েহে কব যদিও অসমৰ প্ৰেক্ষাপটত কংগ্ৰেছৰ অতি শোচনীয় অৱস্থাৰ মাজতে হাইকামাণ্ডে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এতিয়া সম্পূৰ্ণ ৰূপে বেকফুটত যোৱা কংগ্ৰেছ দলটোক গৌৰৱ গগৈয়ে কেনেকৈ পূৰ্বৰ অৱস্থালৈ আনে সেয়া সময়তহে দেখা যাব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme