1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 7:49 am

খাব নালাগে, মাত্ৰ আঠুৱাৰ তলত ৰাখক এটা নহৰু…

  • Update Time : Sunday, October 30, 2022

ডিজিটেল ডেস্কঃ নহৰু খালে আমাৰ স্বাস্থ্যৰ বাবে যথেষ্ট ভাল বুলি ইতিমধ্যে স্বাস্থ্য বিশেষজ্ঞ সকলে দাবী কৰিছে। কিন্তু নহৰু খালেই নহয়, নহৰুৰ আছে আন বহু উপকাৰিতা। এই উপকাৰিতাবোৰৰ ভিতৰত আন এক উপকাৰিতা শেহতীয়াকৈ পোহৰলৈ আহিছে। সৰ্বভাৰতীয় স্বাস্থ্যৰ এটা ৱেবচাইটৰ প্ৰতিবেদন অনুসৰি, শুই থকাৰ সময়ত আঠুৱাৰ তলত নহৰু এটা ৰাখিলে হতাশাৰ পৰা উপশম পোৱাত সহায়ক হয়।

এনে কৰিলে নেতিবাচক চিন্তাবোৰ আঁতৰত থাকে, আৰু মনটো ভাল হয়। অনিদ্ৰাত ভুগিলেও এই কামটো আপুনি কৰিলে সুফল পাব। শুই থকাৰ সময়ত আঠুৱাৰ তলত নহৰু এটুকুৰা ৰাখিলে বাট বিষৰ বিষৰ পৰা আঁতৰি থাকিবলৈ উপকাৰী। হৃদযন্ত্ৰৰ সমস্যাৰ পৰা যকৃতৰ সমস্যালৈকে নহৰুয়ে ঔষধৰ দৰে কাম কৰে। তেজ পৰিষ্কাৰ কৰাৰ লগতে ধমনী পৰিষ্কাৰ কৰি ৰখাত নহুৰু অতি উপযোগী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme