1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 5:03 am

‘গংগুবাঈ’ৰ অভিলেখ…

  • Update Time : Saturday, February 26, 2022

ডিজিটেল ডেস্কঃ  মুক্তিৰ দিনাই হিন্দী ছবি গংগুবাঈয়ে ৰচিলে অভিলেখ৷ মুক্তিৰ প্ৰথম দিনাই ছবিখনে উপাৰ্জন কৰে ১০.৫কোটি টকা৷  সঞ্জয় লীলা ভঞ্চালীৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে আলিয়া ভট্টে (Alia Bhatt)৷ গংগুৱাই কাঠিয়াবাড়ী ছবিখনৰ বাবে বহুতেই পূৰ্বতেই টিকট বুক কৰি ৰাখিছিল। প্ৰায় ৩ কোটি টকাৰ টিকট বিক্ৰী হৈছিল ছবি মুক্তিৰ পূৰ্বে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme