1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 2:29 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা কোনে কোনে পালে, সম্পূৰ্ণকৈ চাওঁক একেলগে…

  • Update Time : Wednesday, January 4, 2023

ডিজিটেল ডেস্কঃ ঘোষণা হল অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কৰে এই ঘোষণা।

অসম বৈভৱ – ডাঃ তপন শইকীয়া । (শইকীয়া দিশিকা ফাউণ্ডেচনৰ অন্যতম পৃষ্ঠপোষক )

 

অসম সৌৰভ– নয়নমণি শইকীয়া। খেল জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম সৌৰভ– ড০ বিনজয় কুমাৰ শইকীয়া। (বিজ্ঞান ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁৰ এই বঁটা প্ৰদান কৰা হয়।

অসম সৌৰভ- শশীধৰ ফুকন । স্বাস্থ্য আৰু সমাজিক দিশত আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম সৌৰভ– কৃষ্ণ ৰয় । তেওঁক সাংস্কৃতিক ক্ষেত্ৰত থকা অৱদানৰ বাবে এই বঁটা আগবঢ়োৱা হয়।তেওঁ আৱাহন থিয়েটাৰৰ প্ৰযোজক।

অসম সৌৰভ– গিলবাৰ্ট চাংমা । খেলৰ ক্ষেত্ৰখনত আগবঢোৱা অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।

 

অসম গৌৰৱ – সৰ্বেশ্বৰ বসুমতাৰী। কৃষি খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

অসম গৌৰৱ– মনথাং হমাৰ। কৃষি ক্ষেত্ৰলৈ অৱদানৰ বাবে এই বঁটা।

অসম গৌৰৱ– ড০ ধ্ৰুৱজ্যোতি শৰ্মা। কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

অসম গৌৰৱ- দয়াল গোস্বামী। সত্ৰীয় সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

অসম গৌৰৱ- ড০ চৈয়দ ইফটিকাৰ আহমেদ।এইডচ আৰু ড্ৰাগছ বিৰোধী সজাগতা মূলক কাম কাজৰ বাবে এই বঁটা।

অসম গৌৰৱ– ধৃতিমালা ডেকা। সমাজ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ– দেৱজিত বৰ্মন।  কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ– ৰুস্তম বসুমতাৰী। পৰ্যটন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ– মাঞ্জে লা। পৰ্যটন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ– বিনন্দ হাতীবৰুৱা। পৰিবেশ আৰু বন ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ- অতুল চন্দ্ৰ বৰুৱা । সমাজ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ – কল্যানী ৰাজবংশী। উদ্যোগপতি গৰাকীলৈ তেওঁৰ অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

অসম গৌৰৱ– চিলা গোৱালা। তেওঁ এগৰাকী আশা কৰ্মী। ৰাজহুৱা খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

অসম গৌৰৱ– ড০ যোগেশ দেউৰী। কৃষি খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা।

অসম গৌৰৱ- ড০ পংকজ লাল গগৈ। উদ্যোগপতি গৰাকীলৈ তেওঁ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme