1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 12:38 pm

বাংলাদেশত বান, চাৰিওফালে হাহাকাৰ…

  • Update Time : Friday, June 24, 2022
  • বাংলাদেশতো বানৰ ভয়ংকৰ ৰূপ।
  • বৰ্তমান পৰ্যন্ত বানত প্ৰাণ হেৰুৱালে ৬৮গৰাকী লোকে।
  • বাংলাদেশত ২৬গৰাকী লোকৰ মৃত্যু হোৱা খবৰ পোৱা গৈছে।
  • চিলেট, চট্টগ্ৰাম, ৰংপুৰৰ দৰে মুখ্য অঞ্চলত বানত প্লাৱিত।
  • মৃত্যু হোৱা বহু সংখ্যক হৈছে নাবালক।
  • বন্যাৰ্তৰ ৫০শতাংশ খাদ্য শস্য নষ্ট হোৱাৰ খবৰ প্ৰকাশ কৰিছে স্থানীয় সংবাদমাধ্যমে।
  • ইফালে অসমতো বৰ্তমান ৩৪খন জিলাই আছে বানৰ তলত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme