1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:47 am

মাজুলীত বিজেপিৰ বিৰুদ্ধে চিত্ৰৰঞ্জন বসুমতাৰী…

  • Update Time : Tuesday, February 15, 2022

ডিজিটেল ডেস্কঃ মাজুলী উপ নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে বিৰোধীয়ে প্ৰক্ষেপ কৰিল উমৈহতীয়া প্ৰাৰ্থী৷ অসম জাতীয় পৰিষদৰ উপ সভাপতি চিত্ৰৰঞ্জন বসুমতাৰীক বিজেপিৰ বিৰুদ্ধে প্ৰক্ষেপ কৰিলে দলটোৱে৷ কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মিত্ৰতাৰে চিত্ৰৰঞ্জন বসুমতাৰীৰ নামতে শেষ মোহৰ মাৰে৷ উল্লেখ্য যে, যোৱা সোমবাৰে বিজেপিয়ে ভূৱম গামক বিজেপিৰ প্ৰাৰ্থীৰূপে নাম ঘোষণা কৰিছে৷

উল্লেখ্য যে, মাজুলীত যোৱা ৭মাৰ্চত ভোটগ্ৰহণ অনুষ্ঠিত হব৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme