1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 2:40 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

ভৱিষ্যতবাণীঃ পঞ্জাৱত কেজৰিৱাল, উত্তৰ প্ৰদেশত পুনৰ যোগীয়েই ৰজা…

  • Update Time : Monday, March 7, 2022

ডিজিটেল ডেস্কঃ অন্ত পৰিল উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন৷ আৰম্ভ হৈছে EXIT POLL-ৰ সমীক্ষা৷ অপেক্ষা ১০ মাৰ্চলৈ৷ কাৰ দখলত থাকিব উত্তৰ প্ৰদেশ, গোৱা, উত্তৰাখণ্ড, মণিপুৰ আৰু পঞ্জাৱ ? ৫ খন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ আতাইতকৈ গুৰুত্বপূৰ্ণ ৰাজ্যখন হৈছে উত্তৰ প্ৰদেশৰ নিৰ্বাচন৷ নিৰ্বাচনৰ পূৰ্বে যথেষ্ট চৰ্চাত আছিল উত্তৰ প্ৰদেশ৷ একেদৰে পঞ্জাবতো বলিছিল নিৰ্বাচনৰ গৰম বতাহ৷

EXIT POLL-ৰ সমীক্ষা অনুসৰি, পঞ্জাৱত চৰকাৰ গঠনৰ দিশে আম আদমী পাৰ্টী। ইণ্ডিয়া টিভিৰ EXIT POLL-ৰ সমীক্ষা অনুসৰি, বিজেপিয়ে লাভ কৰিব ০৪ খন আসন। আম আদমী পাৰ্টীয়ে লাভ কৰিব ৭৬ ৰ পৰা ৯০ খন৷ কংগ্ৰেছে লাভ কৰিব ১৯ ৰ পৰা ৩১ খন আসন। শিৰোমণি আকালী দলে লাভ কৰিব ৭ ৰ পৰা ১১ খন আসন।

একেদৰে ইণ্ডিয়া টিভিৰ EXIT POLL-ৰ সমীক্ষা অনুসৰি, উত্তৰ প্ৰদেশত বিজেপিয়ে গঠন কৰিব চৰকাৰ। বিজেপিয়ে লাভ কৰিছে ১৯৩ খন আসন, কংগ্ৰেছে লাভ কৰিব ৩ খন আসন৷ সমাজৱাদী পাৰ্টীয়ে লাভ কৰিব ৯৭ ,খন আসন৷ বহুজন সমাজৱাদী পাৰ্টীয়ে লাভ কৰিব ৮ খনকৈ আসন৷

ইণ্ডিয়া টিভিৰ অনুসৰি-EXIT POLL-ৰ সমীক্ষা অনুসৰি

উত্তৰ প্ৰদেশ
বিজেপি- ১৮০ ৰ পৰা ২২০ খন আসন
এছপি- ১৪০ ৰ পৰা ১৫০ খন আসন
বিএছপি- ২ ৰ পৰা ১২ খন আসন
কংগ্ৰেছ- ২ ৰ পৰা ৮ খন আসন
অন্যান্য- ২

মণিপুৰ
বিজেপি- ২৬ ৰ পৰা ৩১ খন আসন
কংগ্ৰেছ- ১২ ৰ পৰা ১৭ খন আসন
এনপিএফ- ২ ৰ পৰা ৬ খন আসন
এনপিপি- ৬ৰ পৰা ১০ খন আসন
অন্যান্য- ৩ ৰ পৰ ৬ খন আসন

পঞ্জাব
বিজেপি- ১ ৰ পৰা ৪ খন আসন
এএপি- ৭৬ ৰ পৰা ৯০ খন আসন
কংগ্ৰেছ- ১৯ ৰ পৰা ৩১ খন আসন
আকালি দল- ৭ ৰ পৰা ১১ খন আসন

গোৱা
বিজেপি- ১০ পৰা ১৪ খন আসন
কংগ্ৰেছ- ২০ ৰ পৰা ২৫ খন আসন
তৃণমূল কংগ্ৰেছ- ১ ৰ পৰা ২ খন আসন
উত্তৰাখণ্ড
বিজেপি- ৩৫ ৰ পৰা ৪৩ খন আসন

উত্তৰাখণ্ড
বিজেপি- ৩৫ ৰ পৰা ৪৩ খন আসন
কংগ্ৰেছ- ২৪ ৰ পৰা ৩২ খন আসন
এএপি- ০
অন্যান্য- ২ ৰ পৰা ৪ খন আসন

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme