1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:36 am

চিন্তা নকৰিবঃ মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষা হ’ব ৩০মাৰ্চত…

  • Update Time : Monday, March 13, 2023
  • চেবাৰ গুৰুত্বপূৰ্ন ঘোষনা।
  • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি বাতিল হোৱা সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব অহা ৩০ মাৰ্চত।
  • আনহাতে কাছাৰ জিলাৰ গণিৰগ্ৰামৰ জে আৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৩ মাৰ্চত অনুষ্ঠিত ইংৰাজী বিষয়ৰ পৰীক্ষা পুনৰ অহা ২৮ মাৰ্চত অনুষ্ঠিত হ’ব
  • এইবাৰৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব চেবা বদ্ধপৰিকৰ বুলি সদৰি কৰে ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme