1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 7:16 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

ধনকুবেৰ মাস্কো… মাস্কে বিমান সেৱিকাৰ ওপৰত চলালে যৌন নিৰ্যাতন!

  • Update Time : Friday, May 20, 2022

ডিজিটেল ডেস্কঃ নিজৰেই সংস্থাৰ এগৰাকী বিমান সেৱিকাক যৌন আতিশয্য। তাৰপিছত মুখ বন্ধ ৰাখিবলৈ লাখ ডলাৰ উপঢৌকন। এই অভিযোগ ধনকুবেৰ এলন মাস্কৰ বিৰুদ্ধে। এই ঘটনা ২০১৬ চনৰ। উৰণৰ সময়তে এগৰাকী বিমান সেৱিকাৰ সন্মুখত গোপন অংগ প্ৰদৰ্শন কৰিছিল এলন মাস্কে। কেৱল প্ৰদৰ্শন কৰাই নহয় সেৱিকাক স্পৰ্শ কৰিবলৈকো জনাইছিল আহ্বান।

মাস্কৰ এই কাৰ্যকলাপৰ কথা সদৰি কৰি বিমান সেৱিকাগৰাকীয়ে লগতে কয় যে, বিমানত এটেণ্ডেন্টৰ চাকৰি পোৱাৰ পিছতেই সেৱিকাগৰাকীক বলপূৰ্বকভাৱে মাছাজদাতাৰ লাইচেঞ্চো দিছিল মাস্কে। ইয়াৰ আঁৰত আছিল সেৱিকাগৰাকীৰ পৰা মুনাফা আদায়ৰ চেষ্টা। যাতে মাস্কে বিমানত পৰিভ্ৰমন কৰোতে সেৱিকাগৰাকীয়ে মাছাজ দিবলৈ বাধ্য হয়।

যেতিয়াই মাস্ক বিমানত উঠে যুৱতীগৰাকীক নিজা কেবিনলৈ মাতি পঠিয়াই মাস্কে। বিমান সেৱিকাগৰাকীক মাতি নিয়াৰ সময়ত মাস্কে পৰিধান কৰা নাছিল কাপোৰো। কেৱল গোপন অংগ ঢকাকৈহে বস্ত্ৰ পৰিধান কৰি আছিল মাস্কে। সেই বস্ত্ৰও আঁতৰ কৰি সেৱিকাক দিছিল বিশেষ প্ৰস্তাৱ। প্ৰস্তাৱ দিয়াই নহয়, দিছিল বহু উপঢৌকনো। কিন্তু সেৱিকাগৰাকী মান্তি নোহোৱাত সেই আহ্বান তাতেই সমাপ্ত হয়। পিছলৈ ২০১৮ চনত মাস্কে সেৱিকাগৰাকীয়ে যাতে তেওঁৰ এই কাৰ্যকলাপৰ কথা ৰাজহুৱা নকৰে তাৰবাবে আঢ়ৈ লাখ ডলাৰ ধনো আগবঢ়াইছিল সেৱিকাগৰাকীলৈ।

শেহতীয়াভাৱে ভাইৰেল হোৱা সেৱিকাগৰাকীৰ এইসমূহ কথাক লৈ মুখ খুলিছে মাস্কে। এইয়া সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰিছে মাস্কে। মাস্কৰ দাবী, ‘এই কাহিনীত আৰু বহু কথা লুকাই আছে। যদি সঁচাকৈয়ে মই এনে কাৰ্য কৰিছো তেন্তে মোৰ ৩০ বছৰীয়া কেৰিয়াৰত এয়ে প্ৰথম আৰু শেষ ঘটনা কেনেকৈ হ’ব পাৰে।’ কেৱল এই দাবীয়েই নহয়, মাস্কে টুইটযোগেও এই অভিযোগক মুকলিভাৱে অস্বীকাৰ কৰি অভিযোগকাৰীৰ বিৰুদ্ধে চেলেঞ্জতো নামি পৰা পৰিলক্ষিত হৈছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme