1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 7, 2025, 5:11 am
Trending:
মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي

মেঘালয়ত ফুলিছে পদুম! কনৰাডেই হ’ব মুখ্যমন্ত্ৰী…

  • Update Time : Thursday, March 2, 2023

ডিজিটেল ডেস্কঃ পুনৰ মেঘালয়ৰ জনতাই ভৰষাত ললে এন পি পি তথা বিজেপি মিত্ৰজোটক। মেঘালয়ত পুনৰ এবাৰ শাসনৰ বাঘজৰী দিলে এন পি পিৰ নেতা কনৰাড চাংমাক। এতিয়ালৈকে হোৱা ভোটগণনাত এইটো স্পষ্ট হৈছে যে, মেঘালয়ত পুনৰ এবাৰ বিজেপিৰ মিত্ৰজোটৰ চৰকাৰ হব আৰু আকৌ এবাৰ মুখ্যমন্ত্ৰী হব কনৰাড চাংমা।

মেঘালয়ৰ ৫৯খন আসনৰ ভিতৰত এতিয়ালৈকে এন পি পি দলে ২৪খন আৰু বিজেপি দলে ৩খন আসনত আগবাঢ়ি আছে। ইফালে ইউনাইটেড ডেমক্ৰেটিক পাৰ্টিয়ে ১০খন আসনত অগ্ৰগতি লাভ কৰি আছে। মুঠৰ ওপৰত মেঘালয়ত বিজেপি মিত্ৰজোটৰ জয় জয় ময় ময় অৱস্থা।

ইফালে ৰাজ্যখনত অধিক প্ৰচাৰ কৰা তৃণমূল কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে ৫খন আসনত। কংগ্ৰেছ দল ৪খন আসনত আগবাঢ়ি আছে।

(দিনৰ ১বজালৈকে আপডেট)

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme