1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:28 am

চৰকাৰ গঠন কৰিলেও একনাথ সিন্দেৰ সন্মুখত আছে আন এখন যুজঁ…

  • Update Time : Friday, July 1, 2022

ডিজিটেল ডেস্কঃ চৰকাৰ গঠন কৰিলেও একনাথ সিন্দেৰ সন্মুখত এতিয়াও আছে আন এখন যুঁজ। এই যুঁজ খন হৈছেএকনাথ সিন্দেৰ মন্ত্ৰীসভাই সোমবাৰে প্ৰমাণ কৰিব লাগিব সংখ্যা গৰিষ্ঠতা। সিন্দে চৰকাৰে মহাৰাষ্ট্ৰৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ৰাজ্যপালে আয়োজন কৰিছে বিশেষ অধিৱেশনৰ।

ইফালে চৰকাৰ গঠন কৰাৰ পাছতে সিন্দেক শুভেচ্ছা জনাইছে উদ্ধৱ থাকৰেই। সাংসদ সঞ্জয় ৰাউটেও চৰকাৰখনক শুভেচ্চা জনাই কয়- মহাৰাষ্ট্ৰৰ উন্নয়নৰ বাবে আমি চৰকাৰক সহযোগ কৰিম। শিৱসেনাই ৰাইজৰ কল্যানৰ বাবে সকলো কৰিব। আমি আনৰ নিচিনা কেৱল ক্ষমতাৰ খকত দৌৰা দল নহয়।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme