1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:24 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

চৰকাৰ গঠন কৰিলেও একনাথ সিন্দেৰ সন্মুখত আছে আন এখন যুজঁ…

  • Update Time : Friday, July 1, 2022

ডিজিটেল ডেস্কঃ চৰকাৰ গঠন কৰিলেও একনাথ সিন্দেৰ সন্মুখত এতিয়াও আছে আন এখন যুঁজ। এই যুঁজ খন হৈছেএকনাথ সিন্দেৰ মন্ত্ৰীসভাই সোমবাৰে প্ৰমাণ কৰিব লাগিব সংখ্যা গৰিষ্ঠতা। সিন্দে চৰকাৰে মহাৰাষ্ট্ৰৰ বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ ৰাজ্যপালে আয়োজন কৰিছে বিশেষ অধিৱেশনৰ।

ইফালে চৰকাৰ গঠন কৰাৰ পাছতে সিন্দেক শুভেচ্ছা জনাইছে উদ্ধৱ থাকৰেই। সাংসদ সঞ্জয় ৰাউটেও চৰকাৰখনক শুভেচ্চা জনাই কয়- মহাৰাষ্ট্ৰৰ উন্নয়নৰ বাবে আমি চৰকাৰক সহযোগ কৰিম। শিৱসেনাই ৰাইজৰ কল্যানৰ বাবে সকলো কৰিব। আমি আনৰ নিচিনা কেৱল ক্ষমতাৰ খকত দৌৰা দল নহয়।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme