ডিজিটেল ডেস্কঃ পুৰণি এটা দুটকীয়া মুদ্ৰাৰ পৰা আপুনি হব পাৰে লাখপতি। আচৰিত যেন লাগিলেও কিন্তু এই কথা একেবাৰে মিছা নহয়। এটা ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি কিছু চৰ্ত সাপেক্ষে এটা দুটকীয়া মুদ্ৰাৰ পৰা এগৰাকী লোকে ঘটিব পাৰে ৫লাখ টকা পৰ্যন্ত ধন।
অনলাইনযোগে এই সুবিধা প্ৰদান কৰা গৈছে যদিও ইয়াৰ বাবে উক্ত দুটকীয়া মুদ্ৰাটো হব লাগিব ১৯৯৪, ১৯৯৫, ১৯৯৭ অথবা ২০০০চনৰ। এতিয়া কথা হল, কি পদ্ধতিৰে আপুনি অনলাইন যোগে এই মুদ্ৰাটো বিক্ৰীৰ বাবে উপযুক্ত হয়নে নহয় তাক পৰীক্ষা কৰিব। তাৰ বাবে আপুনি যাব লাগিব এই প্ৰক্ৰিয়াৰ মাজেৰে-