1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 5, 2025, 7:48 pm

ভয়ংকৰ ড্ৰোণ আক্ৰমণ! ভি়ডিঅ মুকলি কৰিলে আমেৰিকাই…

  • Update Time : Thursday, January 20, 2022

ডিজিটেল ডেস্কঃকাবুলত ভয়ংকৰ ড্ৰোণ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এই ভয়ংকৰ দৃশ্য শেহতীয়াকৈ মুকলি কৰিছে আমেৰিকাৰ ৰক্ষা বিভাগে। জানিব পৰা অনুসৰি এই আক্ৰমণত ১০গৰাকীকৈ লোক নিহত হৈছে। শেহতীয়াকৈ আমেৰিকাই এই ভিডিঅ মুকলি কৰিছে যদিও এই বিস্ফোৰণ ২৮আগষ্টতে সংঘটিত হৈছিল বুলি সদৰি কৰিছে স্থানীয় সংবাদমাধ্যমে। পূৰ্বতে এই ভিডিঅ গোপনভাৱে ৰাখিছিল আমেৰিকান সেনাই। কিন্তু শেহতীয়াকৈ আফগানিস্তান এৰাৰ পাছত আমেৰিকান সেনাই মুকলি কৰিছে এই ভি়ডিঅ।

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme