1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:35 am

মেট্ৰিক পৰীক্ষাঃ না এইটো পৰীক্ষাৰে জীৱনত কিবা লাভ হয়, না কিবা চাকৰি পায়…

  • Update Time : Tuesday, March 14, 2023

ডিজিটেল ডেস্কঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলক লৈ ৰাজ্যৰ কেউদিশে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। বিভিন্ন মহলে ছেবাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক তীব্ৰ ভাষাৰে গৰিহণা দিছে। এনে সময়তে এই বিষয়টোক লৈ নিজা মত ব্যক্ত কৰিছে ইউটিউবাৰ ডিম্পু বৰুৱাই। নিজা ফেচবুক পেইজত ডিম্পুয়ে লিখিছে এনেদৰে-

”মেট্ৰিক পৰীক্ষা। না এইটো পৰীক্ষাৰে জীৱনত কিবা লাভ হয়, না এইটো পৰীক্ষাত ভালকৈ পাছ কৰিলে কিবা চাকৰি পায়।  না এইটো পৰীক্ষাত ভালকৈ পাচ কৰিলে কিবা হয়।”

ডিম্পুয়ে ফেচবুকত পেইজত কি কি লিখিছে পঢ়ক তলতঃ-

 

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme