1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
August 1, 2025, 5:09 am

আইমীক কিয় কৰা হৈছে বদনাম! কিয় ডেনিয়েলে লগ ধৰিছিল মন্ত্ৰী পীয়ুষ হাজৰিকাক, চাওক VIDEO…

  • Update Time : Friday, September 30, 2022

ডিজিটেল ডেস্কঃ আইমী বৰুৱাৰ পৰিচালিত ছবি চেমখৰক লৈ পৰিকল্পিত বিৰ্তকৰ সূচনা কৰা ডেনিয়েল লাংথাচাৰ বহু ন ন তথ্য শেহতীয়াকৈ উন্মোচিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি,  বিজেপিত যোগদান কৰাৰ উদ্দেশ্যে ডেনিয়েল লাংথাচা মন্ত্ৰী পিয়ূষ হাজৰিকাৰ ওচৰলৈ আহিছিল আৰু সেই দিনা KAACৰ CEM তুলিৰাম ৰংহাঙো উপস্থিত আছিল৷ যোগদানৰ নিশ্চয়তা নোপোৱাৰ পিছতে পিয়ুষ হাজৰিকা আৰু তেওঁৰ পৰিয়ালক লৈ দুূবছৰৰ পাছত  পৰিকল্পিতভাৱে বিৰ্তকৰ সূচনা কৰাৰ উদ্দেশ্যে এনে কাম কৰা বুলি জানিব পৰা গৈছে।

ডেনিয়েল লাংথাচাৰ বিষয়ে জানিবলৈ ক্লিক কৰক তলৰ এই লিংকতঃ 

🔸  https://fb.watch/fSGMWX9syg/

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme