1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:36 am

”দীপলিনা, তুমি দিনে দিনে ধুনীয়া হৈ যোৱা কিন্তু কৃপা কৰি আৰু গান নাগাবা…”

  • Update Time : Friday, February 10, 2023

ডিজিটেল ডেস্কঃ বহুকেইটা জনপ্ৰিয় গীতেৰে অসমবাসীৰ বুকুত ঠাই লোৱা কন্ঠশিল্পী দীপলিনা ডেকাক লৈ প্ৰায়ে বিভিন্ন কথা ছচিয়েল মিডিয়াত চৰ্চা হয়। বহুবোৰ চৰ্চা কেতিয়াবা বিৰ্তকও হৈ পৰে। কিন্তু শেহতীয়াকৈ দীপলিনাক লৈ আৰু এটা বিশেষ চৰ্চা আৰম্ভ হৈছে। এইবাৰ চৰ্চা হৈছে এটা বিশেষ মেছেজক লৈ। এই মেছেজটোত এগৰাকীয়ে লিখিছে যে, দিপলীনাই আৰু গান গাব নালাগে। তেওঁৰ যি অভিযন্তাৰ পথ, সেই পথটোতে আগন্তুক সময়ত কাম কৰিব লাগে।

ফেচবুকত দীপলিনাই এই মেছেজটো প্ৰেৰণ কৰি উক্ত বিশেষ লোকগৰাকীয়ে লিখিছে-  দীপলীনা কৃপা কৰি তুমি আৰু গান নাগাবা। গান গাই ইমানেই ভাল পোৱা যদি ভালকে শিকি লোৱা প্ৰথম।” ব্যক্তিগৰাকীয়ে লগতে লিখিছে- তোমাৰ সৈতে মোৰ কোনো ব্যক্তিগত শত্ৰুতা নাই। কিন্তু যেতিয়াই-তেতিয়াই তোমাৰ অতি বেসুৰা গানবোৰ ছচিয়েল মিডিয়াৰ টাইম লাইনত বাজি থকাটো বিৰাটেই অত্যাচাৰ।”

ইয়াতে ক্ষান্ত নাথাকি উক্ত ব্যক্তিজনে লগতে লিখিছে এনেদৰে- তুমি ইলেক্টিকেল ইঞ্জিনিয়াৰ হয়। গতিকে এটা চাকৰি লৈ লোৱা।” উক্ত মেছেজটোত লগতে আৰু কি কি লিখিছে চাওক-

May be an image of text

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme