1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 1:33 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

ৱাহ দীপিকা! কান-ত দীপিকাক দেখি কিয় এনেদৰে ক’লে দেশী-বিদেশী সকলো অনুৰাগীয়েই…

  • Update Time : Wednesday, May 18, 2022
deepika in caans fastival

ডিজিটেল ডেস্কঃ পিন্ধনত শাৰী, হাতযোৰ কৰি নমস্কাৰ। কান’ মহোৎসৱত খাটি ভাৰতীয় ৰূপত ৰেড কাৰ্ৰেটত খোজ দিলে বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে। ভাৰতৰ আগশাৰীৰ এগৰাকী ডিজাইনাৰো পুনৰবাৰ বিশ্ববাসীৰ সন্মুখত উজলি উঠিল। কিয়নো দীপিকাই পৰিধান কৰা ক’লা ৰঙৰ শাৰীখনৰ কাম কৰিছে ডিজাইনাৰ সব্যসাচীয়ে মুখ্যপাধ্যায়ে।

কান মহোৎসৱত একাধিকবাৰ নিজৰ লাৱণ্যময়ী চেহেৰাৰে ৰেড কাৰ্পেটত খোজ দিছে দীপিকাই। ফ্ৰান্সত ২০২২-কান মহোৎসৱত দীপিকাৰ খাটি ভাৰতীয় ৰূপকপৈ পুনৰবাৰ চলিছে গুজৱ। অদ্ভুত সাজ-সজ্জাত প্ৰিয়ংকা চোপ্ৰাতকৈ কোনো গুণে কম নহয় দীপিকাও।

কিন্তু এইবাৰ পৃথক ৰূপৰ বাবে দীপিকাক লৈ চলা গুজৱৰ মাজতেই আহিছে আৰু এটা খবৰ। ৭৫ সংখ্যক কান মহোৎসৱত দীপিকা অতিথি নহয়। এগৰাকী জুৰি মেম্বাৰ হিচাপেহে থাকিব দীপিকা। মুঠ ৯গৰাকী জুৰি মেম্বাৰৰ ভিতৰত স্থান লাভ কৰা দীপিকাক লৈ বলীউডেও গৌৰৱাম্বিত হৈছে।

কান-ত উপস্থিত হৈ জুৰি মেন্বাৰসকলৰ সৈতে নৈশ ভোজনৰ বাবে অহা দীপিকাক দেখি চকু থৰ হৈছে দেশী বিদেশী বহু অনুৰাগীৰেই।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme