1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:21 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

“Dangal” ছবিত অভিনয়েৰে সকলোৰে মন জয় কৰা কণমানি ববিতা আৰু নাই

  • Update Time : Saturday, February 17, 2024
১৯ বছৰ বয়সতে কিদৰে মৃত্যু হ'ল এইগৰাকী অভিনেত্ৰীৰ?

ডংগল বোলছবিত কণমানি ববিতা ফোগাটৰ চৰিত্ৰ ৰূপায়ন কৰা সুহানি ভাটনাগাৰ আৰু নাই। ডংগল বোলছবিৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা শিশুশিল্পীগৰাকীয়ে ১৯ বছৰ বয়সতে ইহসংসাৰৰ পৰা বিদায় মাগে। কিছুদিন পূৰ্বে এক পথ দুৰ্ঘটনাত ভৰি ভাঙিছিল সুহানীৰ। সেই চিকিৎসাৰ বাবে ঔষধ খাইছিল অভিনেত্ৰীগৰাকীয়ে। জানিব পৰা মতে সেই ঔষধৰ পৰা পাৰ্শ্বক্ৰিয়া আৰম্ভ হয় আৰু শৰীৰত তৰল পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে। তাৰ ফলতে তৰুণী অভিনেত্ৰীগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। কিছুদিন ধৰি দিল্লীৰ এইমছত ভৰ্তি হৈ আছিল ফৰিদাবাদৰ কন্যা সুহানী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme