ডিজিটেল ডেস্কঃ বিয়াৰ আগেয়ে বহু যুৱতীৰ মনত কিছু ভয় থাকে। পিতৃ-মাতৃয়ে কৰাৰ দৰে স্বামীৰ পৰা সেই মৰম পাবনে নাপায় তাক লৈ দুচিন্তাত থাকে। বাস্তৱ ক্ষেত্ৰখনত এনে হয় যে, কেতিয়াবা এগৰাকী যুৱতীয়ে বিয়াৰ পিছত স্বামীৰপৰা তেনে মৰম লাভ কৰে। কিন্তু জ্যোতিষ শাস্ত্ৰৰ মতে, ইংৰাজী বৰ্ণমালাৰ এই দুটা আখৰৰ যাৰ নাম। তেনে নামৰ গৰাকীয়ে পত্নীক সদায়েই সুখত ৰাখে। পিতৃ-মাতৃৰ দৰে সদায়েই তেওঁলোকে আগুৰি ৰাখে পত্নীক।
১. A- এই বৰ্নৰে আৰম্ভ হোৱা পতি বহুত অন্তৰ খোলা হয়। নিজত কৈ বেছি ধ্যান ৰাখে পত্নীৰ আৰু বহুত বিশ্বাস কৰে। পত্নীয়েও বহুত ভাল পাই যাৰ কাৰণে তেওঁলোকৰ বৈবাহিক জীৱন বহুত সুখী, বিশ্বাসযোগ্য আৰু বহুত গভীৰ হয়।
২. D – D আখৰৰ পতি সকলে নিজৰ পত্নীক যিমান পাৰি সিমান সুখী ৰাখিবলৈ বিচাৰে । পত্নীৰ কোনো কথা নমনা কৈ নাথাকে। এওঁলোকে পত্নীৰ কথা সকলোঁ বিশ্বাস কৰি লয় আৰু বহুত শান্ত হয়। পত্নীৰ সুখ সুবিধাৰ কাৰণে সকলো কৰে। আৰু পত্নীক ৰাণীৰ নিচিনাকৈ ৰাখে।