1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 6:29 pm
Trending:
চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting

অসমৰ পৰা গৈছেগৈ ক’ভিড! দেওবাৰে আক্ৰান্ত মাত্ৰ ৭৯গৰাকী…

  • Update Time : Sunday, February 13, 2022

ডিজিটেল ডেস্কঃ অসমত দেওবাৰে কৰোনাত আক্ৰান্ত হৈছে মাত্ৰ ৭৯গৰাকী লোক। ৪গৰাকী ৰোগীৰ দেওবাৰে মৃত্যু হৈছে অসমত।
উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যত দেওবাৰে ৯,৫৩৩গৰাকী লোকক কৰোনাৰ টেষ্ট কৰা হৈছিল।

দেওবাৰে কামৰূপ মেট্ৰত ৪৫গৰাকী, লখিমপুৰত ৭গৰাকী, নগাঁৱত ৫গৰাকী আৰু ডিব্ৰুগড়ত ৩গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত। এতিয়ালৈকে কোৰোনাই অসমত ৬হাজাৰ ৬০৫গৰাকী ৰোগীৰ প্ৰাণ কাঢ়িছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme