1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 4:52 am

কমা নাই কৰোনা! ২৪ঘন্টাত ভাৰতত ১হাজাৰ ৭২গৰাকীৰ মৃত্যু…

  • Update Time : Friday, February 4, 2022

ডিজিটেল ডেস্কঃ বিগত ২৪ঘন্টাত ভাৰতত কৰোনাই প্ৰাণ ললে ১হাজাৰ ৭২গৰাকী লোকৰ। কৰোনাৰ সংক্ৰমণ হ্ৰাস পাইছে বুলি স্বতিৰ নিশ্বাস পেলোৱাৰ সময়তে এই সংখ্যাই সকলোকে চিন্তিত কৰি তুলিছে।  বিগত ২৪ঘন্টাত দেশত কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১লাখ ৪৯হাজাৰ ৩৯৪গৰাকী।

উল্লেখ্য যে, দেশত অমিক্ৰনত আক্ৰান্ত লোকৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাইছে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme