1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:31 am

২৪ঘন্টাত ৮হাজাৰ! অসমত কৰোনাত আক্ৰান্তৰ সংখ্যাই পুনৰ গঢ়িলে অভিলেখ…

  • Update Time : Tuesday, January 18, 2022

ডিজিটেল ডেস্কঃ অসমত কৰোনাত আক্ৰান্তৰ সংখ্যাই পুনৰ গঢ়িলে অভিলেখ৷ বিগত ২৪ঘন্টাত অসমত কৰোনাত আক্ৰান্ত গৈছে ৮হাজাৰৰো অধিক লোক৷ ৰাজ্যত ২৪ঘন্টাত ৮,০৭২গৰাকী লোক নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে৷ ইফালে মৃত্যু হৈছে ১৬গৰাকীকৈ ৰোগী৷ কামৰূপ মেট্ৰত ১৯৯৬গৰাকী ৰোগী নতুনকৈ আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme