1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 21, 2025, 9:56 am

লৈছিল দুটাকৈ ভেকচিন, তথাপিও মেডিকেল কলেজৰ ৬০ৰো অধিক শিক্ষাৰ্থীৰ দেহত কৰোনা…

  • Update Time : Thursday, November 25, 2021

ডিজিটেল ডেস্কঃ কৰোনাৰ তৃতীয় ঢৌঁ আহিব বুলি মহাৰাষ্ট্ৰৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে একপ্ৰকাৰৰ ভৱিষ্যতদ্বাণী কৰাৰ পাছতে শেহতীয়াকৈ মেডিকেল কলেজৰ ৬৬গৰাকী শিক্ষাৰ্থী আক্ৰান্ত হৈছে কৰোনাত৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি আক্ৰান্ত হোৱা ৪০গৰাকী শিক্ষাৰ্থীয়ে কেইটামান দিনৰ পূৰ্বে এটা পাৰ্টিত অংশ লৈছিল৷

স্বাস্থ্য বিভাগে সদৰি কৰা অনুসৰি, আক্ৰান্ত আটাইকেইজন শিক্ষাৰ্থীয়ে দুটা পালিৰ ভেকচিন লৈছিল৷ তথাপিও শিক্ষাৰ্থীকেইজন কিয় কৰোনাত আক্ৰান্ত হল তাক লৈ চিন্তিত হৈছে চিকিতসকসকল৷ উল্লেখ কৰা প্ৰয়োজন, কৰোনাত আক্ৰান্ত হোৱা এই ৬৬গৰাকী শিক্ষাৰ্থী কৰ্ণাটকৰ ধানবাড় মেডিকেল কলেজৰ৷

 

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme