1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 6:36 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

সাৱধানঃ বহাগৰ বতৰত পুনৰ আহিল কৰোনা…

  • Update Time : Wednesday, April 12, 2023
  • বহাগৰ লগতে পুনৰ ভয়ংকৰ ৰূপত আহিছে কৰোনা
  • ২৪ঘন্টাত ৭হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে কৰোনাত।
  • স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি বিগত ২৪ঘন্টাত ভাৰত ৭হাজাৰ ৮৩০গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত।
  • ভয়ংকৰ খবৰটো হৈছে যে, ২৪ঘন্টাত দিল্লী, পাঞ্জাৱ আৰু হিমাচলত ৪গৰাকীকৈ লোক কৰোনাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।
  • বৰ্তমান ভাৰতত ৪০হাজাৰ ২১৫গৰাকী লোক চিকিতসাধীন অৱস্থাত থকাৰ কথা সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে।
  • এই বদ্ধিত সংখ্যাৰ সৈতে ভাৰতত মুঠ কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ 4,47,76,002 গৰাকী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme