1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 6, 2025, 9:03 am
Trending:
আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов تجربة المستخدم في 1xbet مجانا: سهولة الاستخدام والربح السريع كيفية تحميل تطبيق 1xbet بأمان وسرعة على الهاتف الذكي Understanding Mostbet এর কাজ কি: A New Full Explained On-line Betting Мостбет Вход ️ в Личный Кабинет Mostbet Войти На официальную Платформу Step-by-step Guide: কিভাবে Mostbet থেকে টাকা তুলব Securely Locaminas Locação Relacionada Veículos Corporación Bíblica Los Apóstoles”

সাৱধানঃ বহাগৰ বতৰত পুনৰ আহিল কৰোনা…

  • Update Time : Wednesday, April 12, 2023
  • বহাগৰ লগতে পুনৰ ভয়ংকৰ ৰূপত আহিছে কৰোনা
  • ২৪ঘন্টাত ৭হাজাৰৰো অধিক লোক আক্ৰান্ত হৈছে কৰোনাত।
  • স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে সদৰি কৰা অনুসৰি বিগত ২৪ঘন্টাত ভাৰত ৭হাজাৰ ৮৩০গৰাকী লোক আক্ৰান্ত হৈছে কৰোনাত।
  • ভয়ংকৰ খবৰটো হৈছে যে, ২৪ঘন্টাত দিল্লী, পাঞ্জাৱ আৰু হিমাচলত ৪গৰাকীকৈ লোক কৰোনাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।
  • বৰ্তমান ভাৰতত ৪০হাজাৰ ২১৫গৰাকী লোক চিকিতসাধীন অৱস্থাত থকাৰ কথা সদৰি কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে।
  • এই বদ্ধিত সংখ্যাৰ সৈতে ভাৰতত মুঠ কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা হৈছেগৈ 4,47,76,002 গৰাকী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme