1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 12:33 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

মুখ্যমন্ত্ৰীৰ এই আহ্বান মানিবনে নতুন চাকৰিয়ালে…

  • Update Time : Saturday, August 5, 2023

ডিজিটেল ডেস্কঃ নতুনকৈ চাকৰি পোৱা সকলো চাকৰিয়াললৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এটা বিশেষ আহ্বান। নতুনকৈ নিযুক্তি পোৱা সকলোকে সদায়ে তেওঁলোকৰ লগত এখন পিতৃৃ-মাতৃৰ ফটো লৈ ফুৰিবলৈ আহ্বান জনালে শিক্ষামন্ত্ৰীয়ে। সকলো চাকৰিয়ালক কিয় এই আহ্বান জনালে তাকো বাখ্যা কৰিলে মুখ্যমন্ত্ৰীয়ে।

লগত পিতৃ-মাতৃৰ ফটো ৰাখিলে নতুনকৈ নিযুক্তি লাভ কৰা সকলক দুৰ্নীতি মানসিকতাৰ পৰা আতৰাই ৰাখিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। ইয়াৰ লগতে সততা, নিষ্ঠাৰে কাম কৰিলে অসম আৰু অধিক দ্ৰুত গতিৰে উন্নতিৰ দিশে আগুৱাই যাব বুলি মন্তব্য কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।

এতিয়া সময়েহে কব, মুখ্যমন্ত্ৰীৰ এই আহ্বান নতুন চাকৰিয়ালসকলে কিমান পালন কৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme