1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 23, 2024, 12:38 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

৫বছৰত ২০লাখক চাকৰি দিমঃ বুকুত হাত দি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে…

  • Update Time : Sunday, July 24, 2022

ডিজিটেল ডেস্কঃ  মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। অহা ৫বছৰত ২০লাখ লোকক কৰ্মসংস্থাপন দিয়াৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। এক সংবাদমেল যোগে এই ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে।  দিল্লীত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়-  দেশত নিবনুৱা সমস্যা এক গম্ভীৰ সমস্যা হৈছে । এই সমস্যা দুৰ কৰিবৰ বাবে আমাৰ চৰকাৰে আগন্তুক ৫ টা বছৰত ২০ লাখ লোকক কৰ্মসংস্থাপন দিয়াৰ পৰিকল্পনা কৰিছে ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এই ঘোষণাৰ পাছতে এতিয়া দিল্লীৰ যুৱ চামৰ মাজত আশাৰ সঞ্চাৰ হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা ঘোষণাত লগতে কয়- যিহেতু দিল্লীক খাদ্যৰ ৰাজধানী হিচাপে জনা যায় সেয়েহে দিল্লীক খাদ্যৰ কেন্দ্ৰবিন্দু ৰূপে গঢ়ি তোলাৰ পৰিকল্পনা হাতত লোৱা হৈছে । ইয়াৰ জৰিয়তে দিল্লীত আৰু অধিক কৰ্মসংস্থাপন লাভ কৰিব ।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme