1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 2:09 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

অখিল গগৈক ফোন কৰি মুখ্যমন্ত্ৰীয়ে দিলে এটা ভাল খবৰ…

  • Update Time : Sunday, September 25, 2022

ডিজিটেল ডেস্কঃ অখিল গগৈলৈ দেওবাৰে হঠাত ফোন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা বিশেষ কাৰনত শিৱসাগৰৰ বিধায়কগৰাকীলৈ ফোন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।

শিৱসাগৰৰ চহৰৰ কীৰ্তিস্তম্ভ আৰু প্ৰাচীন স্থানসমূহ সংৰক্ষণৰ বাবে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ পৰা বিচৰা ১কোটি টকাৰ অনুদানৰ প্ৰথম কিস্তি হিচাপে দেওবাৰে ২০লাখ টকাৰ চেক শিৱসাগৰৰ উপায়ুক্তলৈ প্ৰেৰণ কৰে।

আৰু এই চেক দিয়াৰ পিছতে বিধায়কগৰাকীলৈ ফোন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ কৰা প্ৰয়োজন যে, শিৱসাগৰৰ পুৰণি স্থানসমূহৰ সংৰক্ষণৰ বাবে পৰ্যায়ক্ৰমে বিভিন্ন কাৰ্যপন্থা গ্ৰহণ কৰিছে বিধায়ক আৰু অসম চৰকাৰে।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme