1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 31, 2025, 12:22 pm

বানত কববকাই থকা শিলচৰবাসীৰ কাষলৈ মুখ্যমন্ত্ৰী…

  • Update Time : Sunday, June 26, 2022
  • আজি শিলচৰলৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।
  • বান পৰিস্থিতিৰ লগতে বন্যাৰ্তৰ খবৰ লব মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • উল্লেখ কৰা প্ৰয়োজন যে, শিলচৰত বৰ্তমানেও বান পৰিস্থিতি অপৰিৱৰ্তিত।
  • খাদ্য আৰু বাসস্থানৰ ব্যাপক সংকটে দেখা দিছে একাংশ অঞ্চলত।
  • প্ৰশাসনৰ লগতে বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে বৈঠকতো মিলিত হব মুখ্যমন্ত্ৰীগৰাকী।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme