1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 8, 2025, 12:28 am
Trending:
নিশা বহু দেৰিলৈকে টোপনি আপোনাৰো নাহে নেকি? শীঘ্ৰেই সলনি কৰক এই অভ্যাস অন্যথা বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব ৫টা ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ প্ৰমাণিত ৰূপৰ আঙুঠি, জানি লওঁক সবিশেষ মনে কাম নহ’লে বা আপোনাক ভাগ্য লগ নিদিলেই দান কৰিব চাব পাৰে এইকেইবিধ সামগ্ৰী চিকিত্সক তথা পশ্চিমবংগৰ প্ৰথম মুখ্যমন্ত্ৰী ডাঃ বিধান চন্দ্ৰ ৰায়ৰ জন্মদিন উপলক্ষে সপ্তাহজুৰা কাৰ্যসূচীৰে পালন ৰাষ্ট্ৰীয় চিকিত্সক দিৱস আপুনিও অৱসৰ বিনোদনৰ কথা ভাবিছে নেকি তেন্তে জানি লওঁক কেইখনমান বিশেষ ঠাইৰ কথা আৰু কিবা বাকী থাকিল নে? আজৱ কাৰবাৰ ছেনিটাৰী পেডৰ ভিতৰে বাহিৰে ৰাহুল গান্ধী… এটা অলৌকিক মন্দিৰ য’ত, মৃত্যু ভয়, জৰা, ৰোগ, ব্যাধি সকলো দূৰ হয়! এই মন্দিৰত, ভূত, প্ৰেত, পিশাচ, অপশক্তি নাশ হয় এইগৰাকী দেৱতাক পূজিলে যাত্ৰা আৰম্ভ কৰাৰ আগতে এই মন্ত্ৰটো জপ কৰক কেতিয়াও দুৰ্ঘটনাত পতিত নহয় আপুনি Мостбет: Онлайн Казино И Ставки В Бк Зеркало На Официальный Сайт Mostbet Топ 10 Лучших Онлайн Казино В России 2025 Рейтинг Лицензионных Сайтов

বিয়াই, বাৰ্থ ডে যিয়েই নহওঁক, গুৱাহাটী মুকলি হ’ল ক্লিক হোটেল…

  • Update Time : Friday, March 11, 2022

ডিজিটেল সংবাদ, গুৱাহাটীঃ  দেশৰ ৩৫টা স্থানত ইতিমধ্যেই এই হোটেল গ্ৰুপৰ সেৱা উপলব্ধ হোৱা ক্লিক হোটেলছ্‌ৰ এটি শাখা শুকুৰবাৰে গুৱাহাটীৰ লালগণেশত মুকলি কৰা হয়। হায়াত হাস্পতালৰ সমীপত চুবা গ্ৰুপ অৱ হোটেলছ্‌ৰ এই অত্যাধুনিক হোটেলত অনুষ্ঠিত হোৱা সংবাদমেল সম্বোধন কৰি হোটেলখনৰ প্ৰবন্ধক পৱন পাঠকে ৰাইজৰ সেৱাৰ বাবে বহু সুবিধাৰে এই হোটেলখন মুকলি কৰা হয় বুলি জানিবলৈ দিয়ে।

গুৱাহাটীৰ স্পেন -আই-গেলেক্সী হোটেলছ্‌ৰ লগত সহযোগিতা থকা ক্লিক হোটেলৰ স্বতাধিকাৰী প্ৰসেনজিত চক্ৰৱৰ্তীয়ে জনোৱা মতে এই হোটেলখনত অসমৰ ৯৯%থলুৱা নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়া হৈছে৷ ভৱিষ্যতেও অসমৰ নিৱনুৱা যুৱক-যুৱতী তথা থলুৱা কৰ্মচাৰীক মকৰল কৰা হ’ব৷

ইপিনে, মুঠ ৮৮টা কোঠা থকা বিলাসী সুলভ হোটেলখনত বিনামূলীয়া ইণ্টাৰনেট সেৱা, সুষম খাদ্য, সুন্দৰ পৰিৱেশ, বিবাহ বা আন অনুষ্ঠান আয়োজনৰ সুবিধা, ৰেষ্টুৰেণ্ট-বাৰ, বেংকুৱেট হল আদিৰ সুবিধা থকাৰ লগতে আছে এচাম কৰ্মদ্যমী কৰ্মচাৰীৰ গ্ৰাহকৰ প্ৰতি সেৱা৷

মুম্বাইত মুখ্য কাৰ্যালয় থকা এই হোটেলখনে গুৱাহাটীৰ লালগণেশস্থিত নিজৰ চৌহদত গ্ৰাহকৰ বাহনসমূহৰো পাৰ্কিঙৰ সু-ব্যৱস্থা ৰাখিছে বুলি প্ৰতিষ্ঠানটিৰ মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ অশোকে জানিবলৈ দিয়ে। ইতিমধ্যেই ক্লিক হোটেলে সকলো প্ৰয়োজনীয় সেৱাৰে গ্ৰাহকক আদৰিবলৈ সাজু হৈছে৷

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme