1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
September 22, 2025, 7:39 am

বিহাৰৰ মুখ্যমন্ত্ৰী ক’ভিড পজিটিভ…

  • Update Time : Monday, January 10, 2022

ডিজিটেল ডেস্কঃ কৰোনাত আক্ৰান্ত হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক টুইটযোগে সদৰি কৰিছে এই তথ্য। টুইটটোত লিখা হৈছে যে- বিহাৰৰ মুখ্যমন্ত্ৰী কৰোনাত আক্ৰান্ত হৈছে।  চিকিতসকৰ পৰামৰ্শত তেওঁ হোম আইচলেশ্যনত আছে।  তেওঁ সকলোকে কভিড সৰ্তকতামূলক নিয়ম সমূহ মানি চলিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, দেশত অতিপাত গতিত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ঘন্টা ১লাখ ৬০হাজাৰ লোক আক্ৰান্ত হৈছে কৰোনাত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme