1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 11:58 am
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

বিহাৰৰ মুখ্যমন্ত্ৰী ক’ভিড পজিটিভ…

  • Update Time : Monday, January 10, 2022

ডিজিটেল ডেস্কঃ কৰোনাত আক্ৰান্ত হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। শেহতীয়াকৈ মুখ্যমন্ত্ৰী কাৰ্যালয়ে এক টুইটযোগে সদৰি কৰিছে এই তথ্য। টুইটটোত লিখা হৈছে যে- বিহাৰৰ মুখ্যমন্ত্ৰী কৰোনাত আক্ৰান্ত হৈছে।  চিকিতসকৰ পৰামৰ্শত তেওঁ হোম আইচলেশ্যনত আছে।  তেওঁ সকলোকে কভিড সৰ্তকতামূলক নিয়ম সমূহ মানি চলিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে, দেশত অতিপাত গতিত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ঘন্টা ১লাখ ৬০হাজাৰ লোক আক্ৰান্ত হৈছে কৰোনাত।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme