1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 1:23 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

আজি চন্দ্ৰগ্ৰহণঃ বিয়লি ৪.৪৪বজাৰ পৰা ৬.১৯বজালৈকে নাখাব আহাৰ…

  • Update Time : Tuesday, November 8, 2022

ডিজিটেল ডেস্কঃ মঙলবাৰে কিছুসময়ৰ পাছতে আৰম্ভ হব চন্দ্ৰগ্ৰহণ। মঙলবাৰে বিয়লি ৪.৪৪বজাৰ পৰা আৰম্ভ হোৱা চন্দ্ৰগ্ৰহণ অন্ত পৰিব সন্ধিয়া ৬.১৯বজাত। মুঠ ১ঘন্টা ৩৫মিনিটৰ হব এই চন্দ্ৰগ্ৰহণ। এই সময়চোৱাত জ্যোতিষশাস্ত্ৰৰ মতে, আহাৰ ভক্ষণ কৰাটো দেহৰ বাবে অপকাৰী।

এই চন্দ্ৰগ্ৰহণ হোৱাৰ পাছত পৰৱৰ্তী ৩বছৰলৈ আৰু বিশ্বত নহয় চন্দ্ৰগ্ৰহণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ সংস্থা নাছাৰ মতে, ২০২৫ চনৰ ১৪ মাৰ্চত পুনৰ সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা যাব। এই চন্দ্ৰগ্ৰহণত, যদি চন্দ্ৰ পৃথিৱীৰ ছায়াময় অঞ্চলত আহে, চন্দ্ৰৰ ৰং ৰঙা হৈ পৰিব। বছৰটোৰ অন্তিম চন্দ্ৰগ্ৰহণত কিছুমান অশুভ সংযোগ সৃষ্টি হ’ব। বিশেষকৈ ১২টা ৰাশিৰ ভিতৰত কেইটামান ৰাশিৰ বাবে এই চন্দ্ৰগ্ৰহণ খুবেই বেয়া। এই ৰাশিবোৰৰ ভিতৰত কৰ্কট আৰু সিংহ ৰাশিৰ অন্যতম।

সিংহ ৰাশি- চৰকাৰ বা উচ্চ বিষয়াসকলৰ সৈতে উত্তেজনাৰ পৰিস্থিতি আছে। মনোবল ভাঙি যাব, শৰীৰো বেয়া হ’ব। পাকস্থলী আৰু ভৰিৰ সমস্যা বৃদ্ধি হ’ব। তৰ্ক পৰিহাৰ কৰিব, কথাত সংযম ৰাখিব।

কর্কট – শৰীৰটো ভাল নহ’ব। অধ্যয়নত বাধা থাকিব। পিতৃ-মাতৃৰ বিষয়ে চিন্তাৰ পৰিস্থিতি থাকিব পাৰে।

বৃষ ৰাশি- ভাই-ভনীসকলৰ মাজত অস্থিৰতা থাকিব পাৰে। জীৱনৰ সকলো শান্তি ৰাতিটোৰ ভিতৰতে নাইকিয়া হ’ব, টোপনিত এক ডাঙৰ শাৰীৰিক বিপদ হ’ব পাৰে। শত্ৰুৰ সংখ্যা বৃদ্ধি পাব। অপ্ৰয়োজনীয় বিবাদত পৰিব পাৰে।

কন্যা ৰাশি- ধনৰ অভাৱ হ’ব! আপুনি কেনেকৈ টকা উপাৰ্জন কৰিব লাগে নাজানে। আপোনাৰ মাতৃৰ স্বাস্থ্যৰ বিষয়ে সাৱধান হ’ব।

তুলা ৰাশি– ধনৰ অভাৱ হ’ব, মানসিক স্বাস্থ্যৰ অৱনতি ঘটিব। পেট আৰু ভৰিত সমস্যা হ’ব।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme