1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
November 22, 2024, 5:31 pm
Trending:
পৰিৱৰ্তিত খাদ্যভ্যাষৰ জৰিয়তে হ্ৰাস হ’ব নেকি কঁকালৰ বিষ চাৰিবছৰ পূৰ্বে বিয়া হোৱা ৰমেনাক কিয় কবৰ দিলে স্বামী ৰফিকুলে? অসমত নঘটে কি? এইবাৰ যুৱতীয়ে বিয়া কৰালে বোৱাৰীক নিতৌ পুৱা খালী পেটে সেৱন কৰক এই পানীয়বিধ আৰু দূৰত থাকক বহু ৰোগৰ হৃদৰোগৰ পৰা নিজকে বচাই চলিবলৈ পালন কৰক এইসমূহ উপায় অন্য ৰোগৰ সমান্তৰালকৈ যদি আপুনি নিম’নিয়াত ভূগে তেতিয়া হ’ব পাৰে বিপদজনক ৰাজগড় ১২ নম্বৰ বাইলেনত ববিতা দাসৰ সৈতে আজি হৈছিল কি? ভিনিয়েকৰ ঘৰলৈ আহিছিল তাই, অচেতন অৱস্থাতেই মহম্মদে কৰিলে এই কাম… দূৰত্ব বজাই ৰাখক অহংকাৰী লোকৰ পৰা অন্যথা নেতিবাচক শক্তিয়ে আগুৰি ধৰিব আপোনাক স্বাস্থ্য সতেজ কৰি ৰাখিবলৈ নিয়মিতৰূপে ব্যৱহাৰ কৰক আমলখি

সম্পত্তি যিমানেই নাথাকক স্বামী যদি চৰিত্রহীন হয়, ঘৈণীৰ সুখ-শান্তি নাথাকে, একেলগে পঢ়ক ১০টা চাণক্যৰ বাণী…

  • Update Time : Wednesday, August 10, 2022

ডিজিটেল ডেস্কঃ চাণক্যৰ এনে বহু বাণী আছে যি বাণীয়ে মানুহৰ জীৱন সলনি কৰিব পাৰে। নিৰাশ মানুহৰ মনলৈ এই বাণীসমূহে কঢ়িয়াই আনে আশাৰ ৰেঙণি। তেনে ১০টা চাণক্য বাণী তলত আপুনিও পঢ়ক আৰু জীৱন যু্দ্ধত সাহসেৰে অৱৰ্তীণ হওঁক-

আটাইতকৈ মুল্যবান সম্পদ হৈছে জ্ঞান,
আটাইতকৈ শক্তিশালী অস্ত্র হৈছে ধৈৰ্য্য,
আটাইতকৈ ভাল ঔষধ হৈছে হাঁহি,
আটাইতকৈ শ্রেষ্ঠ নিৰাপত্তা হৈছে বিশ্বাস।
শিয়ালৰ দৰে
এশবছৰ জীয়াই থকাতকৈ
সিংহৰ দৰে এদিন জীয়াই থকাই ভাল।
যিখন দেশৰ ৰজা বেপাৰী
সেইখন দেশৰ প্রজা ভিক্ষাৰী।
যিটো কর্ম এতিয়া কৰিব,
সেইটোৰ ওপৰতহে আপােনাৰ
ভৱিষ্যত নিৰ্ভৰ কৰিব।
সম্পত্তি যিমানেই নাথাকক
স্বামী যদি চৰিত্রহীন হয়, ঘৈণীৰ
সুখ শান্তি নাথাকে।
শক্তিশালী হােৱা কিন্তু অহংকাৰী নহবা,
দয়ালু হােৱা কিন্তু দুর্বল নহবা।
কাৰণ অহংকাৰ আৰু দুর্বলতাই হ’ল
ধংসৰ মূল কাৰণ।
এখন দেশক যদি ধংস কৰিব বিচৰা
তেন্তে মানুহৰ মাজত ধৰ্মৰ নামত যুঁজ লগাই দিয়া
দেশী এনেই ধংস হৈ যাব।
ভাগ্য কেতিয়াও হাতৰ ৰেখাত নাথাকে
সিদ্ধান্তহে নিজৰ হাতত থাকে।
এজন গুণী ব্যক্তি এশজন দাম্ভিক
মূৰ্খতকৈ উত্তম।

🔹 পঢ়ি ভাল লাগিলে শ্বেয়াৰ কৰক

More News Of This Category
© All rights reserved © Current Trend Assam
Customized By BlogTheme