1. currenttrendassam@gmail.com : currenttrendassam@gmail.com :
  2. lifenet.dhanantari@gmail.com : Editor : Editor
July 4, 2025, 8:34 pm
ৰাজনীতি

ৰাজ্যত বলিছে নিৰ্বাচনী গৰম বতাহ, দিনে-নিশাই ব্যস্ত মন্ত্ৰী পীযূষ হাজৰিকা

ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ বলিছে নিৰ্বাচনী গৰম বতাহ। আকৰ্ষণীয় হৈ উঠিছে আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান। সমান্তৰালকৈ দলীয় প্ৰাৰ্থীৰ হৈ জোৰদাৰ প্ৰচাৰত নামিছে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ

read more

ভূপেন বৰাৰ পাপে এনেদৰে গিলিলে আব্দুল খালেকক

লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত আন এক মোক্ষম আঘাত৷ পদত্যাগ কৰিলে বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকে। কংগ্ৰেছ সভাপতি মালিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিছে

read more

সক্ৰিয় ৰাজনীতিৰ পৰা আঁতৰি আহিল হৰ্ষ বৰ্ধন

ৰাজনৈতিক জগতৰ পৰা অৱসৰ ল’লে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে ঘোষণা কৰিলে ১৯৫টা লোকসভা সমষ্টিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। কিন্তু প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ

read more

কাৰ বাবে অৱশেষত স্থগিত কৰিলে কৃষক আন্দোলন

চাৰিবছৰৰ বিৰতিৰ অন্তত পুনৰ কৃষকসকল নামিছে বিদ্ৰোহত। তেওঁলোকে শস্যৰ নূন্যতম সমৰ্থন মূল্যৰ (এম এছ পি) আইনী নিশ্চয়তা দাবী কৰে, যাৰ বাবে কৃষকসকলে দিল্লী চলো অভিযানৰ আহ্বান দিছিল। ইপিনে অস্থিৰতা প্ৰশমনৰ

read more

ৰাহুলে কৰা ন্যায় যাত্ৰাৰ স্থান গংগা জলেৰে চাফা কৰিলে বিজেপিয়ে

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত হোৱা ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ ২০২৪ চনৰ ১৪ জানুৱাৰীত মণিপুৰৰ থৌবালৰ পৰা আৰম্ভ হৈছিল আৰু ২০২৪ চনৰ ২০ মাৰ্চত ভাৰতৰ পূৱ-পশ্চিম বিস্তৃত মুম্বাইত শেষ হব।

read more

মহিলা আৰু কৃষকৰ বাবে কি বিশেষ ঘোষণা বাজেটত?

অসম বিধানসভাত দাখিল ২০২৪-২৫ বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে বাজেট। ২০২৪-২৫ বৰ্ষৰ বাজেটত গ্ৰহণ বহু জনমূখী আঁচনি। চৰকাৰৰ ১ লাখ চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি অনুসৰি ৯৪,৫০৬ গৰাকী নিবনুৱাই

read more

যুৱতীসকলক লৈ ডাঙৰ ঘোষণা বাজেটত

অসম বিধানসভাত দাখিল ২০২৪-২৫ বৰ্ষৰ বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰে বাজেট। ২০২৪-২৫ বৰ্ষৰ বাজেটত গ্ৰহণ বহু জনমূখী আঁচনি।ছাত্ৰীসকলৰ বাবে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি ঘোষণা। আঁচনিখনে ১০লাখ ছাত্ৰীক সামৰি ল’ব।

read more

কাশ্মীৰত শিলগুটি নিক্ষেপ বন্ধৰ সৈতে যোগীৰ উত্তৰ প্ৰদেশৰ কি কানেকচন?

গৃহমন্ত্ৰী অমিত শ্বাহে লোকসভাত কয় যে ২০২৩ চনত কাশ্মীৰত শিলগুটি নিক্ষেপৰ এটাও ঘটনা হোৱা নাছিল। তেওঁ ইয়াক ২০১০ চনৰ সৈতে তুলনা কৰিছিল, য’ত এনেধৰণৰ ২,৬৫৪ টা ঘটনা সংঘটিত হৈছিল। জম্মু-কাশ্মীৰ

read more

🔹ৰাজস্থান নিৰ্বাচনৰ পিছত শেষ হাঁহি কোনে মাৰিব?

আজি পুৱাৰে পৰা ৰাজস্থান বিধানসভাৰ ১৯৯খন আসনৰ বাবে ভোটদান আৰম্ভ হৈছে। আজি দিনটোত ১৮৬২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হব।ৰাজস্থানৰ ২০০খন বিধানসভাৰ আসনৰ ভিতৰত ১৯৯খন আসনৰ বাবে ভোটদান আৰম্ভ হৈছে (ৰাজস্থান

read more

একালৰ বৃন্দাবন একালত পৰে ছন, ছেহঃ এইবাৰ বৰ বেয়াকৈ ফচিল

চৰকাৰী আঁচনিৰ ধন আত্মসাৎ কৰি তদন্তকাৰী সংস্থাৰ জালত পৰিছিল লখিমপুৰৰ প্ৰাক্তন সাংসদ ৰাণী নৰহ৷ সম্পূৰ্ণ নীতি-নিয়ম উলংঘা কৰাই নহয়, সাংসদ পুঁজিৰ অধীনত হিতাধিকাৰীক সামগ্ৰী বিতৰণ নকৰাকৈ আমোলা-বিষয়াৰে মিলি ১ কোটি

read more

© All rights reserved © Current Trend Assam
Customized By BlogTheme