ডিজিটেল ডেস্কঃ প্ৰায় এবছৰ ধৰি তিনিখনকৈ কৃষি আইন বাতিলৰ বাবে কৃষকে যি আন্দোলন অব্যাহত ৰাখিছিল সেই আন্দোলনে অৱশেষত সহাঁৰি পালে। শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্দোলনৰ প্ৰতি সহাঁৰি জনাই বাতিল কৰিলে
ডিজিটেল ডেস্কঃ সকলো ঠিকে ঠাকে থাকিলে অহা সপ্তাহত সাক্ষাৎ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত এক ৰাজনৈতিক সূত্ৰ অনুসৰি, অহা ২২নৱেম্বৰত প্ৰধানমন্ত্ৰীক সাক্ষাতৰ বাবে
ডিজিটেল ডেস্কঃ ‘অযোধ্যাত সূৰ্যোদয়’ চলমান খুৰ্ছিদৰ বিশেষ গ্ৰন্থখনে বিজেপি আৰু কংগ্ৰেছ দলৰ ৰাজনৈতিক হাঁথিয়াৰ হৈ পৰিছে। কিতাপখন যদিও প্ৰকাশ হোৱাৰ পিছতেই বন্ধ কৰি দিয়া হৈছে কিন্তু কিতাপখনক লৈ বিতৰ্ক আজিও
ডিজিটেল ডেস্কঃ ৰাজ্যত নাই বিজেপি দলৰ বিধায়ক! কলৈ গৈছে শাসিত দলৰ বিধায়কসকল? অসম এৰি ৰাওনা হৈছে ইজনৰ পিছত সিজন বিধায়ক৷ বৃহস্পতিবাৰে ৰাজ্যত নাই সৰহসংখ্যক বিধায়কে৷ সমষ্টিৰ বুজ লবলৈ ১৪ তাৰিখলৈ
ডিজিটেল ডেস্কঃ সোমবাৰে মৰণোত্তৰভাৱে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰা হয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক৷ ঘোৰ কংগ্ৰেছী আছিল প্ৰয়াত গগৈ৷ একেৰাহে ১৫ টাকৈ কাৰ্যকালৰ বাবে অসমত চৰকাৰ চলাইছিল এইগৰাকী কংগ্ৰেছ নেতাই৷
গুৱাহাটীঃ এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম মানেই যেন বিতৰ্ক। এটাৰ পিছত এটাকৈ বিতৰ্কিত মন্তব্য কৰি সততে চৰ্চিত হৈ থকা বিধায়ক আমিনুলে শেহতীয়াকৈ অসম আৰু অসমীয়াক লৈ আন এক উদ্ভট মন্তব্য কৰা
ডিজিটেল ডেস্কঃ তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে সমগ্ৰতে তালিবানীৰাজৰ বৰ্বৰতাৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে। তালিবানে আফগানিস্তানত তালিবানীৰাজক লৈ ৰাষ্ট্ৰসংঘইয়ো নিজা মতামত আগবঢ়াইছিল লগতে বিশ্বৰ সকলো দেশকে আফগানিস্তানৰ সপক্ষে থিয় হোৱাৰ
গুৱাহাটীঃ অৱশেষত ৰাজ্য চৰকাৰে আজি ঘোষণা কৰে বহু প্ৰতীক্ষিত নিকায়-নিগমৰ অধ্যক্ষ, উপাধ্যক্ষ, উপদেষ্টাৰ তালিকা। এই অনুযায়ী GMDAৰ অধ্যক্ষ পদত নাৰায়ণ ডেকা, গেছ কোম্পানীৰ অধ্যক্ষ বলিন চেতিয়া, মীন উন্নয়ন নিগমৰ অধ্যক্ষৰ
ভৱানীপুৰঃ অভিলেখ সৃষ্টি কৰি ভৱানীপুৰ সমষ্টিত বিজয় হাঁহি মাৰিলে বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰে। আজি ঘোষিত উপ-নিৰ্বাচনৰ ফলাফল অনুযায়ী বিজেপি প্ৰাৰ্থীগৰাকীয়ে ২৫,০৩১ টা ভোটত বিজয় সাব্যস্ত কৰিবলৈ সমৰ্থ হয়। তালুকদাৰে লাভ