ডিজিটেল ডেস্কঃ ৮ডিচেম্বৰত দেশৰ দুখন ৰাজ্যৰ ফলাফল ওলাল। এখনত বিজেপি আৰু আনখনত কংগ্ৰেছ দলে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়। হিমাচল প্ৰদেশত কংগ্ৰেছ আৰু গুজৰাটত বিজেপি দলৰ চৰকাৰ গঠন হোৱাৰ পাছতে
ডিজিটেল ডেস্কঃ ৮ডিচেম্বৰ, ২০২২। ক্ৰিকেটাৰ ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজাৰ পত্নী ৰিভাবা আজি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে। গুজৰাটৰ জামনগৰ উত্তৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিজেপিৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ৰিভাবা। উল্লেখ কৰা
ডিজিটেল ডেস্কঃ গুজৰাটত পুনৰ পদুম ফুলিল। জয়ৰ অভিলেখ ভংগ কৰি জয়ৰ নতুন অভিলেখ গঢ়িলে বিজেপিয়ে। অভিলেখ সংখ্যক আসন দখল কৰি গুজৰাটত নিজৰ প্ৰতিপত্তি বজাই ৰাখিবলৈ সক্ষম হোৱা বিজেপিয়ে মুঠ ১৫৬খন
আছুৰ সভাপতি দিপাংক কুমাৰ নাথৰ পদত্যাগ! কেউফালে বিয়পি পৰিছে এই খবৰ। অৱশ্যে এতিয়ালৈকে এই সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই আছুয়ে। সদ্যবিদায়ী সভাপতিগৰাকীয়েও এই সন্দৰ্ভত কোনো তথ্য সদৰি কৰা নাই।
ডিজিটেল ডেস্কঃ না না প্ৰতিশ্ৰুতি আৰু হাজাৰটা কথা দিও যেন গুজৰাটত নিৰ্বাচনী বৈতৰণী পাৰ হব নোৱাৰিলে কেজৰিৱালে। দিল্লী, পঞ্জাৱৰ পিছত গুজৰাটত খোপনি পুতিবলৈ অপ্ৰাণ চেষ্টা কৰা কেজৰিৱালক প্ৰত্যাখান কৰিলে গুজৰাটবাসীয়ে।
ডিজিটেল ডেস্কঃ বিগত প্ৰায় প্ৰতিটো নিৰ্বাচনতে ধৰাশায়ী হোৱা কংগ্ৰেছ দলটোলৈ এক সকাহৰ খবৰ। হিমাচল প্ৰদেশৰ নিৰ্বাচনত দলটোৱে এক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ দিশে আগবাঢ়িছে। ৰাজ্যখনৰ মুঠ ৬৮খন আসনৰ ভিতৰত কংগ্ৰেছে এতিয়ালৈকে
ডিজিটেল ডেস্কঃ ব্যাপক প্ৰচাৰ আৰু না না প্ৰতিশ্ৰুতি প্ৰদান কৰিও গুজৰাটবাসীৰ মন জয় কৰি নোৱাৰিলে কেজৰিৱালে। ভোটযুদ্ধত গুজৰাটবাসীয়ে প্ৰত্যাখান কৰিলে কেজৰিৱালক। দিনৰ ১.৪০বজালৈকে গুজৰাটত আপে মাত্ৰ ৫খন আসনত অগ্ৰগতি লাভ
ডিজিটেল ডেস্কঃ ২৮ আগষ্ট ২০১৫ ৷ ৭ বছৰ আগৰ আজিৰ দিনটোৰ কথা ৷ এই দিনটোতে কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিছিল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই
অচিৰেই বিজেপিত যোগদান কৰিব পাৰে অভিনেতা চনু চুদে। ইতিমধ্যে বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাৰ সৈতে মিলিত হৈছে চনু। বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ সৈতেও বৈঠকত বহিছে চনু। সকলো ঠিকে
ডিজিটেল ডেস্কঃ ৰাজনীতিত কেতিয়া কি হয় সেয়া কোনেও নাজানে। ৰাতিটোৰ ভিতৰতে কি সমীকৰণ গৈ কি হয়গৈ সেয়া সাধাৰণ মানুহৰ ভাৱনাৰ বহু ওপৰত। শেহতীয়াকৈ অমিত শ্বাহৰ সৈতে দক্ষিণৰ জনপ্ৰিয় অভিনেতা জুনিয়ৰ