দিল্লীবাসীৰ বাবে আজি দিনটো এক গুৰুত্বপূৰ্ণ দিন যিটো দিনৰ বাবে অপেক্ষা কৰি আছিল সমগ্ৰ দিল্লীবাসীয়ে৷ ভাৰতৰ প্ৰাণ কেন্দ্ৰবিন্দু স্বৰূপ নতুন দিল্লীত আজি অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচন৷ উক্ত নিৰ্বাচনক লৈ আগ্ৰহেৰে
শনিবাৰে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেন্দ্ৰীয় বাজেট দাখিল কৰে৷ এই বাজেটখনক লৈ দেশবাসী উৎকণ্ঠিত আছিল৷ এই বাজেটখনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ে স্থান পাইছে৷ আহঁক জানো থোৰতে ২০২৫-২৬ বাজেট৷ 🔹দেশত স্থাপন হ’ব
সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফাৰ বোমা বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সম্মুখত আজি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে ‘‘আলফাই বোমা বিস্ফোৰণ কৰিছে, এইধৰণৰ বাতৰি মোৰ
এখন দেশত মাত্ৰ এটা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰয়াস চলি থকাৰ সময়তে চৰকাৰে একে লাইনত একেটা জাতিতে একে সময় কাৰ্যকৰী কৰাৰ কথাও চিন্তা কৰিছে। এই প্ৰেক্ষাপটত সময় ৰখাৰ প্ৰামাণিককৰণৰ বাবে চৰকাৰে
অসমৰ অৰ্থনীতি আৰু উন্নয়নৰ যাত্ৰাক নতুন গতিৰে আগুৱাই নিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণ সফলতাৰে সম্পূৰ্ণ কৰি অসমলৈ উভতি আহিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত
বিহালীক লৈ চৰম অস্বস্তিত অসম সন্মিলিত মৰ্চা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বিহালীত পৰাজয়ৰ অভিলেখ ৰচা বাওঁপন্থী প্রার্থী বিবেক দাসৰ পৰিৱৰ্তে অসম সন্মিলিত মৰ্চাৰ অংশীদাৰ আন বিৰোধী দলৰ শক্তিশালী প্রার্থীৰ জৰিয়তে
চৰকাৰ গঠনৰ দুদিন পূৰ্বে অসমত নায়েব সিং চৈনীৰ উপস্থিতিক লৈ দেশৰ ৰাজনৈতিক পৰিমণ্ডলত এতিয়া ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে একেদৰে দেশৰ ৰাজনীতিত এয়া এক উল্লেখযোগ্য ঘটনা হিচাপেও পৰিগণিত হৈছে৷ কাৰণ
স্মাৰ্ট মিটাৰৰ বিল বৃদ্ধিক লৈ আজি সংবাদমাধ্যমৰ সম্মুখত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই৷ মন্ত্ৰী পীযূষ হাজৰীকাই আজি অসম বিধানসভা প্ৰাংগণত সাংবাদিকৰ সম্মুখত মন্তব্য কৰি কয় যে, ‘গৰমৰ দিনত মানুহে
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা দিৱসৰ পুৱা প্ৰতিবছৰৰ দৰে লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। পুৱা ৭:৩০ বজাৰ কিছু সময়ৰ পূৰ্বে লালকিল্লাত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। স্বাধীনতা দিৱসৰ এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ
আজি ঘোষণা কৰা হ’ল লোকসভা নিৰ্বাচনৰ ফলাফল। অসমৰ ১৪টা সংসদীয় সমষ্টিত ইতিমধ্যেই ১১টা সমষ্টি জয় নিশ্চিত হৈছে বিজেপি মিত্ৰজোঁটৰ। আনহাতে ৩খন আসনত জয়ৰ দিশে কংগ্ৰেছ দল। ধুবুৰী, যোৰহাট আৰু নগাওঁ