বিহালীক লৈ চৰম অস্বস্তিত অসম সন্মিলিত মৰ্চা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বিহালীত পৰাজয়ৰ অভিলেখ ৰচা বাওঁপন্থী প্রার্থী বিবেক দাসৰ পৰিৱৰ্তে অসম সন্মিলিত মৰ্চাৰ অংশীদাৰ আন বিৰোধী দলৰ শক্তিশালী প্রার্থীৰ জৰিয়তে
read more
লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছত আন এক মোক্ষম আঘাত৷ পদত্যাগ কৰিলে বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকে। কংগ্ৰেছ সভাপতি মালিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দলৰ প্ৰাথমিক সদস্য পদো ত্যাগ কৰিছে
ৰাজনৈতিক জগতৰ পৰা অৱসৰ ল’লে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীয়ে ঘোষণা কৰিলে ১৯৫টা লোকসভা সমষ্টিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। কিন্তু প্ৰাক্তন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ
চাৰিবছৰৰ বিৰতিৰ অন্তত পুনৰ কৃষকসকল নামিছে বিদ্ৰোহত। তেওঁলোকে শস্যৰ নূন্যতম সমৰ্থন মূল্যৰ (এম এছ পি) আইনী নিশ্চয়তা দাবী কৰে, যাৰ বাবে কৃষকসকলে দিল্লী চলো অভিযানৰ আহ্বান দিছিল। ইপিনে অস্থিৰতা প্ৰশমনৰ
কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত হোৱা ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ ২০২৪ চনৰ ১৪ জানুৱাৰীত মণিপুৰৰ থৌবালৰ পৰা আৰম্ভ হৈছিল আৰু ২০২৪ চনৰ ২০ মাৰ্চত ভাৰতৰ পূৱ-পশ্চিম বিস্তৃত মুম্বাইত শেষ হব।